Kalikhola Primary UPPL

Kalikhola Primary UPPL Official page of Kalikhola Primary,UPPL

30/03/2026

*প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলৰ চৰকাৰে চাৰে চাৰি বছৰত কি কি কৰিলে। এই কথা ৰাইজৰ মাজলৈ লৈ যাব লাগে*
* শান্তি চুক্তিৰ ৩.১ দফাৰ ভিত্তিত ৬০ খন গাওঁ BTRত অন্তৰ্ভুক্ত কৰা হ'ল।
* শান্তি চুক্তিৰ ৬.২ দফাৰ ভিত্তিত বড়ো ভাষাক অসমৰ সহযোগী ৰাজ্য ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল।
* শান্তি চুক্তিৰ ৬.৪ দফাৰ ভিত্তিত বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে সুকীয়া সঞ্চালক বোৰ্ড গঠন কৰা হ'ল।
* BTRৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীৰ বাবে শান্তি চুক্তিৰ ৫.১ দফাৰ ভিত্তিত সুকীয়াকৈ বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ(BKWAC) গঠন কৰা‌ হল।
* শান্তি চুক্তিৰ ৬.৩ দফাৰ ভিত্তিত BTRৰ ১০ খন মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ল।
* শান্তি চুক্তিৰ ৯.৪ দফাৰ ভিত্তিত প্ৰাক্তন NDFBৰ ২৩৩টা কেচ উঠাই দিয়া হ'ল।
* সমগ্ৰ BTRত ২৬৭৫.৮৩ কি:মি: পথ নিৰ্মাণ কৰা হ'ল।
* ১৭০০ খন বিদ্যালয় মেৰামতি কৰা হ'ল।
* ১২৮ খন নতুন মডেল স্কুল নিৰ্মাণ কৰা হ'ল।
* ১৩১৭ টা ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰা হ'ল।
* ৪২০ টা ভিচিডিচি কাৰ্যালয় নিৰ্মাণ কৰা হ'ল।
* ২০৪ টা নলেজ চেণ্টাৰ নিৰ্মাণ কৰা হ'ল।
* ৫০৭ টকা স্বাস্থ্য কেন্দ্ৰ পুনৰ নিৰ্মাণ আৰু উন্নীতকৰণ কৰা হ'ল।
* ৩৪ খন এম্বুলেন্স দিয়া হ'ল।
* ৭৯০ খন গাঁৱত ৩৬ট মোবাইল মেডিকেল ইউনিট(MMU) প্ৰদান কৰা হ'ল।
* ৪৩৭টা স্বাস্থ্য কেন্দ্ৰত সৌৰ চালিত বিদ্যুৎৰ ব্যৱস্থা কৰা হ'ল।
* ১৭ বছৰৰ তুলনাত ৪ গুন অৰ্থাৎ ২,০৫,১৫৭টা পৰিয়ালক চৰকাৰী ঘৰ দিয়া হ'ল।
* শ্বহীদ চুজিত নাৰ্জাৰীৰ সোঁৱৰণত ৫০টা ৰাজহুৱা সভা ঘৰ নিৰ্মাণ কৰা হ'ল।
* মুঠ ১০টাৰ ৫টা বীৰ চিলাগেং ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ল।
* টিকেন্দ্ৰ নাৰ্জাৰীৰ সোঁৱৰণত ৬টা চিনেমা হ'ল নিৰ্মাণ কৰা হ'ল।
* ৪৪৮১ জন এন.ডি.এফ.বি. কেডাৰক পুনৰ সংস্থাপন দিয়া হল।
* এন.ডি.এফ.বি.ৰ ৯ কেচ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ৰ পৰা ৰাজ্য চৰকাৰলৈ অনা হ'ল।
* ৬৩২টা শ্বহীদ পৰিয়ালক ক্ষতিপূৰণ দিয়া হ'ল।
* ২৬টা জনগোষ্ঠীৰ বাবে 'দৰ্শন পত্ৰ' (Vision Document) প্ৰস্তুত কৰা হ'ল।
* 'আলাৰি চৌৰাং' আঁচনিৰ জৰিয়তে ২,১৮৫ টা ধৰ্মীয় অনুষ্ঠানলৈ ২ লাখ টকাকৈ অনুদান দিয়া হ'ল।
* 'অনচাই বিথাংখী' আঁচনিৰ জৰিয়তে ২৯,৬০০ জন ক্ষুদ্ৰ ব্যৱসায়িলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ল।
* 'জ্ঞান চৌৰাং' আঁচনিৰ জৰিয়তে ২৭,৬০০ জন শিক্ষাৰ্থীলৈ আৰ্থিক সাহায্য দিয়া হ'ল।
* ৪০০০+ ক্লাব আৰু সংঘলৈ খেলৰ সামগ্ৰী বিতৰণ কৰা হ'ল।
* 'বড়োলেণ্ড গ্ৰীন মিচনৰ' অধিনত ৫০,০০০ যুৱ সংঘক সহায় কৰা হ'ল।
* 'মিচন বৈসুমঠি 1.0'ৰ জৰিয়তে ১,৪১,৭৯১টা মাটিৰ সমস্যা সমাধান কৰা হ'ল।
* 'মিচন বৈসুমঠি 1.0'ৰ ২.৫ লাখ মাটিৰ নিষ্পত্তিকৰণ কৰা হ'ল।
* ২ খন ৰাষ্ট্ৰীয় উদ্যান আমি পাবলৈ সক্ষম হলো।
* ৫৬৫ জন চোৰাং চিকাৰীক চিনাক্ত কৰি পুনৰ সংস্থাপন দিয়া হ'ল।
* "বড়ো জনগোষ্ঠীৰ কল্যাণ" (Bodoland Community Welfare) বিভাগত নতুনকৈ স্থাপন কৰা হ'ল।
* প্ৰতি বছৰে বডোফাৰ জন্ম দিনত ৩১ মাৰ্চত অসমত 'ছাত্ৰ দিৱস' পালন কৰা হ'ল।
* নতুন দিল্লীত বডোফাৰ নামত পথ আৰু প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা হ'ল।
* প্ৰতি বছৰে চুপাৰ-৫০ৰ জৰিয়তে উচ্চ পদস্থ বিষয়া সৃষ্টিৰ লক্ষৰে মানৱ সম্পদ গঢ় দি থকা হৈছে।
* ১০০ জন খেলুৱৈক কনকেশ্বৰ নাৰ্জাৰী শ্ৰেষ্ঠ খেলুৱৈ সন্মান প্ৰদান কৰা হ'ল।
* Phd কৰা ছাত্ৰ-ছাত্ৰীলৈ ড° বাচিৰাম বড়ো ডক্টৰেল ফেলোশ্বিপ প্ৰদান কৰা হ'ল।
* বিনেশ্বৰ ব্ৰহ্ম ক্ৰীড়া প্ৰযুক্তি কেন্দ্ৰ (Agriculture Technology Centre) স্থাপন কৰা হ'ল।
* 'ৰুপনাথ ব্ৰহ্ম গামী চৌৰাং'ৰ জৰিয়তে বিভিন্ন অঞ্চলত চলাৰ লাইট প্ৰদান কৰা হ'ল।
* ১৯৯৯ৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰন কৰা হ'ল।
* স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তি দিয়া হ'ল।
* মাধ্যমিক আৰু প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তি দিয়া হ'ল।
* পাচ খন জিলাত পাচটা হজ ভৱন নিৰ্মাণ কৰা হৱ ইয়াৰে দুটাৰ আধাৰশিলা স্থাপন কৰা হ'ল।

Congratulations to all...
16/03/2026

Congratulations to all...

Congratulations Sir
16/03/2026

Congratulations Sir

Congratulations to all.....May God bless you All the best....     ゚viralfollowersシ゚
16/03/2026

Congratulations to all.....
May God bless you
All the best....
゚viralfollowersシ゚

Vote for UPPL
20/09/2025

Vote for UPPL

05/09/2025

Address

Kalikhola

Website

Alerts

Be the first to know and let us send you an email when Kalikhola Primary UPPL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share