12/03/2026
এতিয়া কথা হ'ল জনীয়া সমষ্টিবাসীক Rafiqul Islam ডাঙৰীয়া আৰু Abdul Khaleque ডাঙৰীয়াই মিলি বিগত ২০ বছৰ নেতৃত্ব দিয়াৰ পিছতো বৰ্তমানো আমাৰ সমষ্টিৰ ৰাস্তা-ঘাটৰ এনেকুৱা দূৰ্ভাগ্যজনক অৱস্থা কিয়❓পিছে আপোনালোক দুয়োজনক আমি জনীয়া সমষ্টিৰ উন্নয়ন স্বাৰ্থত ২০ টা কৈ বছৰ দিলো কিন্তু আপোনালোকে আমাক কি দিলে আগন্তুক ২০২৬ ৰ নিৰ্বাচনত তাৰ উত্তৰ ৰাইজৰ কাঠগড়াত দিবৈ লাগিব !
গতিকে ২০২৬ ৰ নিৰ্বাচনত নৱ-গঠিত মন্দিয়া সমষ্টিবাসীয়ে উন্নয়ন স্বাৰ্থত নিজৰ নিজৰ ভোটদান কৰক আৰু নিজৰ অধিকাৰ আদায় কৰিব নেতাক সমৰ্থন কৰক !
আজি এজাক বৰষূণ দিয়াৰ ফলত এই অৱস্থা....
#এইবাৰ_ভোট_খুজিব_আহিব_ৰাইজে_বহি_আছে
#হাফিজ_ৰফিকুল_ইছলাম
#আব্দুল_খালেক