29/10/2025
ৰোগী বা বৃদ্ধ-বৃদ্ধা আৰু শিশু চোৱা চিতা কৰিবলৈ ছোৱালী বা মহিলা ৯ গৰাকী প্ৰয়োজন হৈছে
কোনোবা আগ্ৰহী আছে
যদি যোগাযোগ কৰিব ৯৩৯৪৬৬০৭২৩
দৰমহা:- ৯৫০০ পৰা ১২৫০০ লৈকে
থকা খোৱা সকলো বিনামূলীয়া হ'ব
কোনোবা আগ্ৰহী ছোৱালী বা মহিলা সকলে
নাজানিলে সকলো দেখায় বুজায় দিয়া হ'ব।