NE Prime News

  • Home
  • NE Prime News

NE Prime News “NorthEastৰ তাজা খবৰ একেলগে
� Assam | NorthEast India
� 24×7 News Updates
� Breaking | Viral | Loc

Njc protest
16/07/2026

Njc protest

নৱজ্যোতি মহাবিদ্যালয় কলগাছিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ কলগাছিয়াত প্ৰতিবাদ। নামভৰ্তি লৈ চলা বিসংগতিৰ বাবেই এই প্ৰতিবাদ।      ...
16/07/2026

নৱজ্যোতি মহাবিদ্যালয় কলগাছিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ কলগাছিয়াত প্ৰতিবাদ।

নামভৰ্তি লৈ চলা বিসংগতিৰ বাবেই এই প্ৰতিবাদ।

15/07/2026

📢 ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ স্বাৰ্থত

নবজ্যোতি কলেজৰ Back (Arrear) থকা ছাত্ৰ-ছাত্ৰীৰ Admission Fee সম্পৰ্কীয় বিষয়ত আমাৰ দাবী চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰিবলৈ ১৬ জুলাই, পুৱা ১১:০০ বজাত কলগাছিয়া চাৰিআলিত এখন শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ'ব।

📍 স্থান: কলগাছিয়া চাৰিআলি
📅 তাৰিখ: ১৬ জুলাই
🕚 সময়: পুৱা ১১:০০ বজা

আমাৰ দাবী: Back (Arrear) থকা ছাত্ৰ-ছাত্ৰীৰ বাবেও Admission Fee মাফ কৰি Free Admission-ৰ সুবিধা প্ৰদান কৰা হওক।

সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীলৈ উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।

Tag:

- মাননীয় বিধায়ক Sherman Ali Ahmed
- Shri Nabadeep Pathak, ACS, District Commissioner, Barpeta
- মাননীয় উচ্চ শিক্ষা মন্ত্ৰী, অসম

ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত বজ্ৰ পৰি মৃত্যু অসমৰ বি এছ এফ জোৱান মহম্মদ তৈয়বৰ 💀🌪️🌧️
08/06/2026

ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত বজ্ৰ পৰি মৃত্যু অসমৰ বি এছ এফ জোৱান মহম্মদ তৈয়বৰ 💀🌪️🌧️

আজ (৭ জুন, ২০২৬) বাংলাদেশ সময় রাত ১১টা ০৬ মিনিটত ৫.৩ মাত্ৰাৰ এক শক্তিশালী ভূমিকম্প অনুভৱ কৰা হয়। ভূমিকম্পটোৰ উৎপত্তিস্...
07/06/2026

আজ (৭ জুন, ২০২৬) বাংলাদেশ সময় রাত ১১টা ০৬ মিনিটত ৫.৩ মাত্ৰাৰ এক শক্তিশালী ভূমিকম্প অনুভৱ কৰা হয়। ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল ভুটানৰ Punakha অঞ্চলৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত। এই মধ্যম মাত্ৰাৰ ভূমিকম্পৰ জোকাৰণি ভুটানৰ উপৰিও বাংলাদেশ, ভাৰতৰ Assam, Sikkim, পশ্চিমবংগ, নেপাল আৰু চীনৰ বিভিন্ন অঞ্চলত অনুভৱ কৰা হয়।

ভূমিকম্পৰ মূল তথ্য

উৎপত্তিস্থল: ভুটানৰ Punakha অঞ্চলৰ পৰা আনুমানিক ৫ কিলোমিটাৰ দূৰত।

মাত্ৰা: ৫.৩
অনুভূত অঞ্চল: বাংলাদেশ, ভুটান, ভাৰতৰ Assam, Sikkim, পশ্চিমবংগ, নেপাল আৰু চীন

ক্ষয়ক্ষতি: প্ৰাথমিকভাৱে কোনো ডাঙৰ ধৰণৰ ক্ষয়ক্ষতি বা হতাহতৰ খবৰ পোৱা হোৱা নাই। তথাপিও স্থানীয় প্ৰশাসনে পৰিস্থিতিৰ ওপৰত নিবিড় নজৰ ৰাখিছে।

এক মাহত দুই বিধায়কৰ কাৰ্যৰ তুলনা
07/06/2026

এক মাহত দুই বিধায়কৰ কাৰ্যৰ তুলনা

Congress প্ৰাৰ্থী Nurul Islam এতিয়া গাঁও গাঁও গৈ ভোট সংগ্ৰহ কৰি আছে 🔥👉 ৰাইজৰ সৈতে মুখামুখি কথা👉 সমস্যা শুনি সমাধানৰ প্ৰ...
02/04/2026

Congress প্ৰাৰ্থী Nurul Islam এতিয়া গাঁও গাঁও গৈ ভোট সংগ্ৰহ কৰি আছে 🔥
👉 ৰাইজৰ সৈতে মুখামুখি কথা
👉 সমস্যা শুনি সমাধানৰ প্ৰতিশ্ৰুতি
📢 এইবাৰ ৰাইজে কি সিদ্ধান্ত ল'ব?

With Batori time 24×7 – I just got recognized as one of their top fans! 🎉
02/04/2026

With Batori time 24×7 – I just got recognized as one of their top fans! 🎉

📢 Jogighopa Logistics Park – True Facts (Verified)Many people are confused about who started this project, so here is th...
01/04/2026

📢 Jogighopa Logistics Park – True Facts (Verified)

Many people are confused about who started this project, so here is the correct and verified information 👇

✅ Jogighopa Logistics Park is a Central Government Project
✅ It is developed by NHIDCL (National Highways & Infrastructure Development Corporation Limited)
✅ It comes under Ministry of Road Transport and Highways
✅ Foundation stone was laid by Nitin Gadkari (2020)

❌ MP Abdul Khaleque did NOT start or develop this project

👉 This project is fully funded and executed by the Government of India, not by any individual leader.

📌 Always trust official government sources, not rumors.

Address


Website

Alerts

Be the first to know and let us send you an email when NE Prime News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your organization to be the top-listed Government Service?

Share