Muslim Parishad Assam / মুছলিম পৰিষদ অসম/ Muslim Council of Assam Official

  • Home
  • India
  • Assam
  • Muslim Parishad Assam / মুছলিম পৰিষদ অসম/ Muslim Council of Assam Official

Muslim Parishad Assam / মুছলিম পৰিষদ অসম/ Muslim Council of Assam Official লক্ষ্য-জাতিৰ সমস্যাৰ সমাধান আৰু হিন্দু মুছলমানৰ একতাৰ এনাজৰী মজবুত কৰা

সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ,আপোনাৰ নতুন অসমৰ বিকাশৰ যাত্ৰাত ভাৰতীয়  মিঞা মুছলমানকো অন্তৰ্ভুক্ত কৰা উচিত । আপুনি এদিন ...
11/07/2026

সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ,আপোনাৰ নতুন অসমৰ বিকাশৰ যাত্ৰাত ভাৰতীয় মিঞা মুছলমানকো অন্তৰ্ভুক্ত কৰা উচিত । আপুনি এদিন কৈছিল ,"মই মুছলমানৰ আটাইতকৈ ভাল বন্ধু "-- আপোনাৰ এই কথাষাৰ অসমৰ মিঞা মুছলমানৰ অন্তৰত আশাৰ বতৰা আনিছিল । আপোনাৰ দক্ষতাক অসমৰ প্ৰতিজন ভাৰতীয় মিঞা নাগৰিকে আন্তৰিকতাৰে ছালাম কৰে । আপোনাৰ চৰকাৰৰ শ্লোগান-" সবকা সাথ সবকা বিকাশ"- । সেয়ে আপোনাৰ নতুন বিকাশৰ যাত্ৰাত অসমৰ এটা জনগোষ্ঠীৰ নাগৰিক সকলৰ ডাঙৰ সমস্যা যাতে বাদ পৰি নাযায় তাৰ প্ৰতি আপুনি অলপ দৃষ্টি দিয়া উচিত । আমি অসমৰ খিলঞ্জীয়া মিঞা জনগোষ্ঠীয়ে উচ্ছেদিত সকলক "এটুকুৰা মাটি" - দিয়াৰ পদক্ষেপলৈ বহু আশাৰে বাট চাই আছো । আশা কৰো আপোনাৰ বাজেটত উচ্ছেদিত খিলঞ্জীয়া মিঞাৰ মাটিৰ সমস্যাৰ সমাধান নিশ্চয় কৰিব । কাৰণ গৰাখহনীয়াৰ ফলতহে মাটি বাৰী হেৰুৱাই মানুহে চৰকাৰী ভূমিত বসবাস কৰিছিল , ফলত আজি উচ্ছেদিত হৈছে । সেয়ে আপোনাৰ দূৰদৃষ্টি,দক্ষতাকলৈ আমি আশাবাদী ।আপুনি নিশ্চয় সু চিন্তা কৰিব বুলি আমি আশাবাদী । ধন্যবাদেৰে......অধিবক্তা ৰেজাউল কৰিম , সভাপতি, মুছলিম পৰিষদ অসম

10/07/2026
10/07/2026

ইছলামৰ সুন্দৰতা হল যে নাৰীৰ নগ্নতা ইছলামে সমৰ্থন নকৰে

মানৱতাৰ নিদৰ্শন
10/07/2026

মানৱতাৰ নিদৰ্শন

আমি জন্মৰ পৰাই অসমীয়া মাতৃভাষা হিচাপে পাইছো ।  আমি অসমীয়া মাধ্যমত পঢ়া । অসমীয়া আমাৰ পৰিচয়
10/07/2026

আমি জন্মৰ পৰাই অসমীয়া মাতৃভাষা হিচাপে পাইছো । আমি অসমীয়া মাধ্যমত পঢ়া । অসমীয়া আমাৰ পৰিচয়

22/06/2026

Denying a NEET student entry solely because she was wearing a hijab is unacceptable. Every student deserves dignity, equal treatment and a fair opportunity to appear in the examination. Security checks can be conducted, but discrimination against a girl student on the basis of her religious attire cannot be justified.-----Advocate Rajaul Karim, President, Muslim Parishad Assam

Address

Head Office:/Vill :/Dhingarati , P. O. +P. S :/Laharighat, Dist-Morigaon
Assam
PIN-782127

Website

Alerts

Be the first to know and let us send you an email when Muslim Parishad Assam / মুছলিম পৰিষদ অসম/ Muslim Council of Assam Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category