10/03/2026
আজি ৪১ নং মানাস সমষ্টি , ককলাবাৰী মণ্ডলৰ অন্তৰ্গত নাওঁশালী গাওঁৰ ৪৩ নং বুথত SC মৰ্চাৰ সভাপতি সন্মানীয় খৰ্গেশ্বৰ হীৰা ডাঙৰীয়াৰ নেতৃত্বত এখন "চোতাল বৈঠক" অনুষ্ঠান অনুষ্ঠিত হয়, লগতে উপস্থিত থাকে ককলাবাৰী যুৱ মৰ্চাৰ সভাপতি মাননীয় প্ৰাঞ্জল পাটোৱাৰী ডাঙৰীয়া, ককলাবাৰী মণ্ডলৰ বুথ সভানেত্ৰী সন্মানীয়া মৰমী কলিতা , SC মৰ্চাৰ সম্পাদক সন্মানীয় ভৱেন হাজৰিকা, সন্মানীয় সিমান্ত দাস আদি কৰি
৪৩ নং বুথৰ আই , মাতৃ মহিলা ,স্থানীয় ৰাইজৰ ব্যক্তি সকল ।
এই বৈঠকত আমাৰ বিকশিত বিজেপি চৰকাৰ উন্নয়ন, আঁচনি, সংস্থাপন, উদ্যোগীকৰণ ইত্যাদি বিকাশৰ ওপৰত
উদেশ্য কৰি আলোচনা হয় । 🚩
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
BJYM Assam
BJYM Baksa District
BJYM Kaklabari Mandal, Baksa
BJP Assam Pradesh