BJP Sukreswar Mandal,Guwahati Central.

BJP Sukreswar Mandal,Guwahati Central. Bharatiya Janata Party

২০২৬ বৰ্ষৰ বিশ্ব পৰিবেশ দিৱসৰ শ্লোগান হৈছে " প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। জলবায়ুব বাবে। আমাৰ ভৱিষ্যতৰ বাবে। " উক্ত শ্লোগা...
05/06/2026

২০২৬ বৰ্ষৰ বিশ্ব পৰিবেশ দিৱসৰ শ্লোগান হৈছে " প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। জলবায়ুব বাবে। আমাৰ ভৱিষ্যতৰ বাবে। " উক্ত শ্লোগানটিৰ লগতে সংগতি ৰাখি আজি ইং ০৫-০৬-২৬ তাৰিখে 'বিশ্ব পৰিবেশ দিৱস' শুক্ৰেশ্বৰ মণ্ডলৰ তৰফৰ পৰা ৰামকৃষ্ণ মিচন আশ্ৰম প্ৰাংগণত মধ্য গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক ড° বিজয় কুমাৰ গুপ্তা ডাঙৰীয়া উপস্থিতিত বৃক্ষ ৰোপন কাৰ্যসূচী পালন কৰা হয়। উক্ত কাৰ্যসূচীত শুক্ৰেশ্বৰ মণ্ডলৰ সভাপতি শ্ৰীযুত নব কুমাৰ লহকৰ ডাঙৰীয়া, আশ্ৰমৰ মহাৰাজ সকল, পাৰিষদ সকল, মণ্ডল বিষয়ববীয়া সকল, মৰ্চাৰ বিষয়ববীয়া সকল আৰু বুথ সভাপতি সকলে অংশগ্রহণ কৰে।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
Vijay Gupta
Mrigen Sarania
BJP Guwahati City District

04/06/2026
৫ জুন 'বিশ্ব পৰিবেশ দিৱস' উপলক্ষে আজি ইং ০৪-০৬-২৬ তাৰিখে মধ্য গুৱাহাটী সমষ্টিৰ শুক্ৰেশ্বৰ মণ্ডলৰ তৰফৰ পৰা বুথ সভাপতি সকল...
04/06/2026

৫ জুন 'বিশ্ব পৰিবেশ দিৱস' উপলক্ষে আজি ইং ০৪-০৬-২৬ তাৰিখে মধ্য গুৱাহাটী সমষ্টিৰ শুক্ৰেশ্বৰ মণ্ডলৰ তৰফৰ পৰা বুথ সভাপতি সকলক গছ পুলি বিতৰণ কৰা হয়।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
Vijay Gupta
Mrigen Sarania
BJP Guwahati City District

03/06/2026
02/06/2026

Address

ৰূপ নগৰ এল পি স্কুল তিনি আলি।, Gauhati, India
Assam

Website

Alerts

Be the first to know and let us send you an email when BJP Sukreswar Mandal,Guwahati Central. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share