BJP Mathanguri Mandal

BJP Mathanguri Mandal Political Organization

07/01/2026
07/01/2026

Dilip Saikia

প্ৰাক্তন কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী তথা উত্তৰ-পূব ভাৰতত বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক আৰু বিজেপিৰ সৰ্বভাৰতীয় জ্যেষ্ঠ নেতা ...
07/01/2026

প্ৰাক্তন কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী তথা উত্তৰ-পূব ভাৰতত বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক আৰু বিজেপিৰ সৰ্বভাৰতীয় জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ দেহাৱসানৰ খবৰটো পাই মৰ্মাহত হৈছো৷ তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

#ওঁম_শান্তি🙏

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Baksa District

12/11/2025

ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলাৰ সাধাৰণ সম্পাদক তথা BTR ৰ প্ৰাক্তন EM গৌতম দাস ডাঙৰীয়াৰ শ্ৰদ্ধাৰ পিতৃ দেৱৰ মৃত্যুৰ খবৰটো পাই মৰ্মাহত হৈছো৷ তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷

ওঁম শান্তি🙏

সম অধিকাৰ সম উন্নয়ন সম বিকাশৰ বাবেই বিজেপি 👉বিটিচিত এইবাৰ — বিজেপি চৰকাৰ
21/09/2025

সম অধিকাৰ সম উন্নয়ন সম বিকাশৰ
বাবেই বিজেপি

👉বিটিচিত এইবাৰ — বিজেপি চৰকাৰ

বিটিচিত এইবাৰ — বিজেপি চৰকাৰ
21/09/2025

বিটিচিত এইবাৰ — বিজেপি চৰকাৰ

18/09/2025

ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলাৰ মাননীয় সভাপতি Dinesh Basu ডাঙৰীয়ালৈ মথনগুৰি মণ্ডলৰ তৰফৰ পৰা ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷ লগতে ভগৱানৰ ওচৰত সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷🙏

BJP Baksa District

17/09/2025

ৰাইজৰ মনত এটায়ে কথা, বিটিচিত এইবাৰ বিজেপি চৰকাৰ...

Himanta Biswa Sarma
Dilip Saikia
Gautam Das
Dinesh Basu
BJP Assam Pradesh
BJP Baksa District

Address

Barpeta Road
Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when BJP Mathanguri Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share