Riju Dewan 1

Riju Dewan 1 GS Tatikuchi Mandal BJP ( Barpeta District)

IT Cell convenor BJP Minority
Morcha Barpeta District

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নৱ নিৰ্বাচিত মৰ্চা সমূহৰ সভাপতি সকললৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।      আশা কৰিম আপোনালোকৰ নেত...
25/07/2025

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নৱ নিৰ্বাচিত মৰ্চা সমূহৰ সভাপতি সকললৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।
আশা কৰিম আপোনালোকৰ নেতৃত্বত দলে সফলতাৰ শীৰ্ষত অৱস্থান কৰিব।

বৰপেটা জিলা বিজেপিৰ নৱ নিযুক্ত জিলা সভাপতি Mahendra Das  ডাঙৰীয়াক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলো।
03/01/2025

বৰপেটা জিলা বিজেপিৰ নৱ নিযুক্ত জিলা সভাপতি Mahendra Das ডাঙৰীয়াক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলো।

28/02/2024

ৰাইজ আজি বিজেপিময়

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ সঁহাৰি অভূতপূৰ্ব, "আকৌ এবাৰ মোদী চৰকাৰ"।
Himanta Biswa Sarma

05/04/2023

আমাৰ প্ৰতিযোগী নং ৪১৪
Name:-Atif Dewan
Vill- Kahikuchi
PO: Bhairaguri
Dist+PS : Barpeta Assam
Pin 781311
আমালৈ প্ৰেৰণ কৰক ফটো WhatsApp number 6000041209

==================+=+============
পৱিত্ৰ ৰমজান মাহত আমাৰ এই ফেচবুক পেজৰ পৰা এটা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ, অনুষ্ঠান খনৰ৭ নাম #ভূটা_তৰা # এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বিচৰা প্ৰতিযোগী সকলে তলত দিয়া WhatsApp নম্বৰত আপোনাৰ নিজৰ বা পৰিয়ালৰ আন সদস্যৰ ফটো ও নাম ঠিকনা পঠিয়াই দিয়ক WhatsApp no 6000041209

#নিয়মাৱলী_সমূহ।
*মূল পেজত গৈ লাইক কমেন্ট আৰু শেয়াৰ কৰিব লাগিব।।
* এটা লাইকত ২ নম্বৰ।
* এটা কমেন্টত ৩ নম্বৰ।
*এটা শেয়াৰত ৫ নম্বৰ।

≠=======================
* প্ৰতিযোগিতা সকলৰ যিকোনো বয়সৰ হব পাৰে।।
* প্ৰথম পুৰস্কাৰ ১০০০ হাজাৰ টকা লগতে আকৰ্ষণীয় উপহাৰ।।
* দ্বিতীয় পুৰস্কাৰ ৭০০ টকা লগতে আকৰ্ষনীয় উপহাৰ।।
* তৃতীয় পুৰস্কাৰ ৩০০ টকা লগতে আকৰ্ষনীয় উপহাৰ।। লগতে স্থান লাভ কৰা দহ জনক আকৰ্ষনীয় পুৰস্কাৰে পুৰস্কিত কৰা হব।।
* ১০০০ জন প্ৰতিযোগী হোৱাৰ পিছত হে ফলাফল ঘোষণা কৰা হব।।
* প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰাৰ্থী সকলে উপহাৰ গ্ৰহণ কৰি আমালৈ এখন ভিডিঅ প্ৰেৰণ কৰিব লাগিব।
* বিজয়ী সকলক মানপত্ৰৰে সন্মানীত কৰা হব।।
*বিজয়ী সকলৰ পুৰস্কাৰ ডাঘ যোগে প্ৰেৰণ কৰা হব।।
*এজনে এবাৰ শেয়াৰ কৰিব পাৰিব। বেছি কৰিলেও এটা শেয়াৰ নং হে পাৱ
বিদ্ৰ :
১!আমালৈ প্ৰেৰণ কৰা ফটোখন WhatsApp profile দিব যাতে আমি আপোনাক মূল পোষ্টৰ লিংক সহজে দিব পাৰোঁ
২। আপোনাৰ মোবাইল নম্বৰ আমাৰ হাতত সুৰক্ষিত।।
৩। পেজৰ মূখ্য সম্পাদক সিদ্ধান্ত চুৰান্ত সিদ্ধান্ত।।

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when Riju Dewan 1 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Riju Dewan 1:

Share