Support Azad Hussain

Support Azad Hussain অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক যুৱ নেতা আজাদ হুছেইনৰ সমৰ্থনত Support Azad Hussain নামৰ পেজটো Like আৰু Follow কৰিবলৈ সকলোকে বিনম্ৰভাবে অনুৰোধ জনালোঁ 🙏

08/07/2026

বিধানসভাৰ মজিয়াত মন্ত্ৰী পিয়ুজ হাজৰিকাই বিধায়ক অখিল গগৈক বান্দৰ বুলি আখ্যা দিয়াটো কিমান সমীচিন হৈছে?

29/06/2026
27/06/2026

কথা এষাৰ আছে নহয়
"নাই মোমাইতকৈ কণা মোমাই যথেষ্ট"
ভক্ত সকল তাতেই সন্তুষ্ট
😂😂😂

আমি বিপ্লৱ পথলৈ আগুৱাম বিপ্লৱ পথৰে যাত্ৰী আমি সৰ্বহাৰাৰ মুক্তি কামী বিজয়ৰ জয় গান গাই যাম... (বিষ্ণুপ্ৰসাদ ৰাভা)আজি ৰাভা ...
20/06/2026

আমি বিপ্লৱ পথলৈ আগুৱাম
বিপ্লৱ পথৰে যাত্ৰী আমি
সৰ্বহাৰাৰ মুক্তি কামী
বিজয়ৰ জয় গান গাই যাম...

(বিষ্ণুপ্ৰসাদ ৰাভা)

আজি ৰাভা দিৱসৰ প্ৰবিত্ৰ ক্ষণত কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱলৈ যাচিছো প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি ।

জননায়ক ৰাহুল গান্ধী ডাঙৰীয়ালৈ জন্মদিনৰ হিয়াভৰা শুভকামনা যাচিলোঁ।অন্যায়, অবিচাৰ আৰু অসাংবিধানিক শক্তিৰ বিৰুদ্ধে আপুনি এইদ...
19/06/2026

জননায়ক ৰাহুল গান্ধী ডাঙৰীয়ালৈ জন্মদিনৰ হিয়াভৰা শুভকামনা যাচিলোঁ।

অন্যায়, অবিচাৰ আৰু অসাংবিধানিক শক্তিৰ বিৰুদ্ধে আপুনি এইদৰেই ন্যায়ৰ যুঁজখন যুঁজি যাওঁক, ভাৰতবৰ্ষৰ জনসাধাৰণক আপোনাৰ বহুত প্ৰয়োজন আছে।

আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

12/06/2026

একো অৰিহণা নথকাকৈয়ে যোগীঘোপা লজিষ্টক পাৰ্ক আৰু নেশ্বনেল হাইৱেৰ উন্নয়নৰ কৃতিত্ব লোৱা সকলৰ এতিয়া জ্বলন হৈছে, কাম কৰি কৃতিত্ব লোৱা সকলৰ ওপৰত ।
😂😂😂

Address

Kalgachia
Barpeta
781319

Alerts

Be the first to know and let us send you an email when Support Azad Hussain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category