বিজেপি, ২৪ নং বৰপেটা বিধান সভা সমষ্টি

  • Home
  • India
  • Barpeta
  • বিজেপি, ২৪ নং বৰপেটা বিধান সভা সমষ্টি

বিজেপি, ২৪ নং বৰপেটা বিধান সভা সমষ্টি বিজেপি

01/07/2026

বৰপেটা বিধানসভা সমষ্টিত বিজেপিৰ বিষয় ববীয়া তথা কাৰ্য্যকৰ্তাৰ ওপৰত কৰি থকা অত্যাচাৰ কিমান দিনলৈ সহ্য কৰিব???
Himanta Biswa Sarma
Dilip Saikia

22/02/2026

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia

BJP Assam PradeshNarendra Modi Himanta Biswa SarmaDilip Saikia
13/02/2026

BJP Assam Pradesh
Narendra Modi
Himanta Biswa Sarma
Dilip Saikia

দিন ৰাত একাকাৰ.. সৰ্বস্তৰৰ কাৰ্য্যকৰ্তা এতিয়া ব্যস্ত  বুথ বিজয় অভিযান কাৰ্য্যসূচীত... কাইলৈ বিজয় অভিযান কাৰ্যসূচী হব ২...
08/02/2026

দিন ৰাত একাকাৰ.. সৰ্বস্তৰৰ কাৰ্য্যকৰ্তা এতিয়া ব্যস্ত বুথ বিজয় অভিযান কাৰ্য্যসূচীত... কাইলৈ বিজয় অভিযান কাৰ্যসূচী হব ২৪ নং বৰপেটা বিধান সভা সমষ্টি অন্তৰ্গত সৰুক্ষেত্ৰী মণ্ডলত.. মণ্ডল সভাপতি তিলক পাঠক ডাঙৰীয়াৰ নেতৃত্বত এই ৰাতিলৈ তাৰেই প্ৰস্তুতি..বৰপেটাৰ উন্নতি এইবাৰ কেবল মাথো পদুম ফুলৰ সৈতে 🪷🪷✌️✌️💪💪
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Mahendra Das

নিৰ্বাচনী ৰনশিঙা... ২৪ নং বৰপেটা বিধান সভা সমষ্টিত পদুম ফুল ফুলাতো খাটাং.... 🪷🪷🪷BJP Assam PradeshDilip SaikiaHimanta Bis...
08/02/2026

নিৰ্বাচনী ৰনশিঙা... ২৪ নং বৰপেটা বিধান সভা সমষ্টিত পদুম ফুল ফুলাতো খাটাং.... 🪷🪷🪷
BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Mahendra Das

07/02/2026

সত্ৰৰ সুৰক্ষা, সত্ৰ নগৰীৰ আই মাতৃ, ভাই- ভনী সকলৰ সুৰক্ষা ২৪ নং বৰপেটা বিধান সভা সমষ্টিত কেবল বিজেপিৰ প্ৰাৰ্থী বা বিজেপিৰ বিধায়ক হলেহে সম্ভৱ ✌️✌️🙏🙏
Himanta Biswa Sarma

06/02/2026

২৪ নং বৰপেটা বিধান সভা সমষ্টিৰ ৰাইজ এইবাৰ বিজেপিৰ সৈতে... সজাগ, সচেতন ৰাইজে বুজি উঠিছে যে উন্নয়ন সম্ভৱ অকল বিজেপিৰ সৈতে ✌️
Himanta Biswa Sarma

Address

Barpeta
781301

Website

Alerts

Be the first to know and let us send you an email when বিজেপি, ২৪ নং বৰপেটা বিধান সভা সমষ্টি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share