06/06/2026
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আজি তেওঁৰ বাসগৃহত মাননীয় বিধায়ক শ্ৰীতৰংগ গগৈ, শ্ৰীপবিত্ৰ ৰাভা, ড° মিলন দাস, শ্ৰীঅৰূপ কুমাৰ দে’ আৰু শ্ৰীযুত বিজয় মালাকাৰে আৰু শ্ৰীমুনীন্দ্ৰ দাসে সাক্ষাৎ কৰে।
HCM Dr. Himanta Biswa Sarma was called upon by Hon'ble MLAs Shri Taranga Gogoi, Shri Pabitra Rabha , Dr-Milon Das , Shri Arup Kumar Dey, Shri Munindra Das and Shri Bijoy Malakar MLA at his residence today.