26/06/2026
পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানৰ অংশ স্বৰূপে বিলাসীপাৰা মণ্ডলৰ দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়।
ৰাতিপুৱা ৯ বজাৰ পৰা বিস্তৃত কাৰ্যসূচীৰে জিলা কাৰ্যালয়ত অনুষ্ঠিত উক্ত প্ৰশিক্ষণ কৰ্মশালাত সন্মানীয় জিলা সভাপতি শ্ৰীযুত দেৱজিৎ বৰকলিতা ডাঙৰীয়া, সন্মানীয় জিলা বিষয় ববীয়া, সন্মানীয় মণ্ডল সভাপতি শ্ৰীযুত দেৱজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া, সামাজিক মাধ্যমৰ জিলা আহ্বায়ক শ্ৰীযুত দেবেশ ৰায়, মণ্ডলৰ বিষয় ববীয়া সকল উপস্থিত থাকে।