Ajmat Saikh

Ajmat Saikh Advisor of ALL BISWANATH DISTRICT AASU

01/01/2025
দেশমাতৃৰ হকে সৰ্বস্ব ত্যাগ কৰা প্ৰতিগৰাকী সংগ্ৰামীলৈ আজিৰ এই গৌৰৱময় ক্ষণত সশ্রদ্ধ প্রণাম আৰু প্ৰতিজন ভাৰতীয়লৈ স্বাধীনতা ...
15/08/2024

দেশমাতৃৰ হকে সৰ্বস্ব ত্যাগ কৰা প্ৰতিগৰাকী সংগ্ৰামীলৈ আজিৰ এই গৌৰৱময় ক্ষণত সশ্রদ্ধ প্রণাম আৰু প্ৰতিজন ভাৰতীয়লৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা...

শ্বহীদ প্ৰণামো তোমাকশ্বহীদ অভিজিৎ শ‌ইকীয়া অমৰ হ‌ওঁক✊
27/04/2024

শ্বহীদ প্ৰণামো তোমাক
শ্বহীদ অভিজিৎ শ‌ইকীয়া অমৰ হ‌ওঁক✊

17/03/2024

সদৌ অসম ছাত্ৰ সন্থা
এক অবিৰত শোভা
যাত্ৰা ✊✊✊✊

"হে শ্বহীদ প্রণামো তোমাক"অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত প্রাণ আহুতি দিয়া বীৰ পুৰুষ সকললৈ গভীৰ শ্রদ্ধাঞ্জলী জনালোঁ।        ...
10/12/2023

"হে শ্বহীদ প্রণামো তোমাক"

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত প্রাণ আহুতি দিয়া বীৰ পুৰুষ সকললৈ গভীৰ শ্রদ্ধাঞ্জলী জনালোঁ।
🙏🙏🙏🙏🙏

জয় আই অসম।।।।✊🏻✊🏻✊🏻✊🏻

07/10/2023

ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদককে ধৰি ১০টা পদতে আছুৰ বৃহৎ জয়।

সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ।

জয় আই অসম।
✊✊✊✊✊
Ajmat Saikh

জয় আই অসম✊✊✊✊
03/10/2023

জয় আই অসম
✊✊✊✊

03/09/2023

বিদ্যুৎ বিভাগৰ হেমাহিৰ ফলত বিগত কেবাদিনো প্ৰচণ্ড গৰমত যমৰ যাতনা ভূগিছে বৃহত্তৰ বিশ্বনাথবাসীয়ে। #অসম ...

24/08/2023

সদৌ অসম ছাত্ৰ সন্থা এক অবিৰত শোভা যাত্ৰা।

✊✊✊✊✊

Address

Biswanath Chariali

Telephone

+919954474106

Website

Alerts

Be the first to know and let us send you an email when Ajmat Saikh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Ajmat Saikh:

Share