Youth for Bokakhat

  • Home
  • Youth for Bokakhat

Youth for Bokakhat Political organization

 #অসমচৰকাৰ
20/08/2026

#অসমচৰকাৰ

19/08/2026

18/08/2026

চৰকাৰী স্কুল সমূহৰ প্ৰায় শিক্ষকক শিক্ষকতাৰ বাহিৰে বেলেগ কামত কিয় লগায় ?
#অসমচৰকাৰ

ৰাইজৰ অধিকাৰৰ হকে মাত মতাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাইজৰ কন্ঠ প্ৰণৱ দলেক ভুৱা ৰাষ্ট্ৰদোহৰ গোচৰ জাপি দিয়া বিৰ...
17/08/2026

ৰাইজৰ অধিকাৰৰ হকে মাত মতাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাইজৰ কন্ঠ প্ৰণৱ দলেক ভুৱা ৰাষ্ট্ৰদোহৰ গোচৰ জাপি দিয়া বিৰুদ্ধে চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই । লগতে প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দলে প্ৰণৱ দলেৰ বাসগৃহত উপস্থিত হৈ প্ৰণৱ দলেৰ পিতৃক আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় সকলো ধৰনৰ সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
#গৌৰৱগগৈ #মিৰাবৰঠাকুৰ

17/08/2026

কাজিৰঙা Eco Sensitive Zone ১ কিলোমিটাৰ হ্ৰাস কৰাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত কাজিৰঙা কঁহৰাত অৱস্থান ধৰ্মঘটত যুৱ নেতা প্ৰণৱ দলেক NSA প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায় গৌৰৱ গগৈয়ে । NSA অপপ্ৰয়োগৰ বিৰুদ্ধে চৰকাৰক ধিক্কাৰ জনায় ।
#অসমচৰকাৰ

16/08/2026

বিশ্ব ঐতিহ্য কাজিৰঙাক কাজিৰঙা হিচাপে ৰখাটো সকলোৰে দায়িত্ব

Address

Bokakhat

Alerts

Be the first to know and let us send you an email when Youth for Bokakhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Youth for Bokakhat:

Shortcuts

  • Want your organization to be the top-listed Government Service?

Share