30/08/2026
আজি ৩০-০৮-২০২৬ ইং তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় অনুষ্ঠান 'মন কী বাত' ৰ ১৩৭ সংখ্যক খণ্ডটি বঙাইগাঁও পৌৰসভাৰ ২০ নং ৱাৰ্ডৰ ১০৭ নং বুথত ৱাৰ্ডৰ কাৰ্য্যকৰ্তা সকলৰ সৈতে একেলগে শুনিলোঁ।
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ কৃষি খণ্ডৰ উন্নতিৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰত, ড্ৰাগছ মুক্ত ভাৰতবৰ্ষ নিৰ্মান আৰু প্ৰধানমন্ত্ৰী স্বনিধিৰ জৰিয়তে মহিলা স্বাৱলম্বীতাৰ ওপৰত দিয়া বাৰ্তাই আমাক অনুপ্ৰাণিত কৰিলে।
আজিৰ মন কী বাতে আমাক দেশৰ বাবে কাম কৰাৰ নতুন উৎসাহ যোগালে।
Narendra Modi
Himanta Biswa Sarma
Dilip Saikia
Ravindra Raju
Harish Dwivedi
BJP Assam Pradesh