Kakaijana

Kakaijana Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kakaijana, Public & Government Service, Kakaijana, .

23/03/2026

কাকৈজানাৰ বাবে সুখবৰ

17/11/2025
ৰাইজৰ আশীৰ্বাদ বিচাৰিছো…“ #কাকৈজানা_আঞ্চলিক_বিহুৱা_দল”
24/03/2025

ৰাইজৰ আশীৰ্বাদ বিচাৰিছো…
“ #কাকৈজানা_আঞ্চলিক_বিহুৱা_দল”

কাকৈজানা আয়ুস্মান আৰোগ্য মন্দিৰত স্বাস্থ্য  সেৱাৰ লগত কৰ্মৰত এ. এন.এম প্ৰমিলা ৰায়ে ৩১ জানুৱাৰী ২০২৫ তাৰিখে অৱসৰ গ্ৰহণ ...
16/02/2025

কাকৈজানা আয়ুস্মান আৰোগ্য মন্দিৰত স্বাস্থ্য সেৱাৰ লগত কৰ্মৰত এ. এন.এম প্ৰমিলা ৰায়ে ৩১ জানুৱাৰী ২০২৫ তাৰিখে অৱসৰ গ্ৰহণ কৰা হেতুকে আজি কাকৈজানা যুৱক সংঘ আৰু সামূহিক কেন্দ্ৰই বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে । তেওঁৰ নেতৃত্বতে কাকৈজানা উপস্বাস্থ্য কেন্দ্ৰই একেৰাহে দুবাৰকৈ ক্ৰমে ২০১০-২০১১ আৰু ২০১১-২০১২ বিত্তীয় বৰ্ষত সমগ্ৰ ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ উপস্বাস্থ্য কেন্দ্ৰ বঁটা লাভ কৰিছিল।

আজি কাকৈজানা যুৱক সংঘ আৰু সামূহিক কেন্দ্ৰত উত্তৰ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । উক্ত সভ...
06/02/2025

আজি কাকৈজানা যুৱক সংঘ আৰু সামূহিক কেন্দ্ৰত উত্তৰ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত পুৰণি সমিতি ভংগ কৰি অংকুৰজ্যোতি ৰায়ক সভাপতি আৰু মানৱজ্যোতি ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১ জনীয়া নৱনিৰ্বাচিত সমিতিখন শক্তিশালী ভাৱে গঠন কৰা হয় ।

কাকৈজানা আয়ুষ্মান আৰোগ্য মন্দিৰৰ ANM বাইদেউ প্ৰমিলা ৰায়। তেখেতৰ কৰ্মৰাজীৰ আজি অন্তিম দিন ।  ১৯৯০ চনৰ পৰা একেৰাহে ৩৫ বছ...
31/01/2025

কাকৈজানা আয়ুষ্মান আৰোগ্য মন্দিৰৰ ANM বাইদেউ প্ৰমিলা ৰায়। তেখেতৰ কৰ্মৰাজীৰ আজি অন্তিম দিন । ১৯৯০ চনৰ পৰা একেৰাহে ৩৫ বছৰ এইখন স্বাস্থ্য কেন্দ্ৰত বাইদেউ এ সেৱা আগবঢ়াই গৈছে। বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে বাইদেউ এ কাকৈজানা বাসী ৰাইজৰ বাবে যথেষ্ট খিনি সেৱা আগবঢ়াইছে। বাইদেউৰ নেতৃত্বতে কাকৈজানা উপস্বাস্থ্য কেন্দ্ৰই একেৰাহে দুবাৰকৈ ক্ৰমে ২০১০-১১ আৰু ২০১১-১২ বিত্তীয় বৰ্ষত সমগ্ৰ ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ উপস্বাস্থ্য কেন্দ্ৰৰ বঁটা লাভ কৰিছিল।তেখেতৰ আগন্তুক অৱসৰ কাল টো সু-স্বাস্থ্যকৰ আৰু সুন্দৰ হ‌ওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

14/01/2025

ওলোমা দলঙেৰে সোণালী বান্দৰৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱা দৃশ্য

06/01/2025

Address

Kakaijana

783383

Website

Alerts

Be the first to know and let us send you an email when Kakaijana posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share