20/09/2025
মৃত্যু এটা চিৰন্তন সত্য, তথাপিও কিছুমান মৃত্যু মানি ল'বলৈ বৰ কঠিন হয়, অ'। হাজাৰজনে কলে ও নহয় যেনেই লাগে।
ঠিক সেইদৰে আজি আমাৰ অতি মৰমৰ শিল্পী জনৰ মৃত্যুটো ও মন মগজুৰে মানি ল'বলৈ বৰ কষ্ট পাইছোঁ।
তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ কামনাৰে লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো।