CDC-Dalgaon, Darrang-Assam

CDC-Dalgaon, Darrang-Assam Official page of The Co-District Office, Dalgaon (Darrang)

Co-District Commissioner: Shri Ajit Kalita, ACS CDC - AJIT KALITA,ADC

Today, on the auspicious occasion of International Yoga Day 2026, a yoga programme is centrally organised at the office ...
21/06/2026

Today, on the auspicious occasion of International Yoga Day 2026, a yoga programme is centrally organised at the office premises of the Co-District Commissioner, Dalgaon, by the Co-District Administration in the august presence of Shri Ajit Kalita, Co-District Commissioner,Dalgaon, Shri Suhel Yasir, Assistant Commissioner, Shri Nabajyoti Nath, Assistant Commissioner, along with other dignitaries, officials, and students.

বিশ্ব পৰিৱেশ দিৱস ,২০২৬ উপলক্ষে দলগাঁও সমজিলা আয়ুক্তৰ প্ৰাংগণত  কাৰ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা গছপুলি ৰোপণ কৰাৰ কিছু মুহূৰ্...
05/06/2026

বিশ্ব পৰিৱেশ দিৱস ,২০২৬ উপলক্ষে দলগাঁও সমজিলা আয়ুক্তৰ প্ৰাংগণত কাৰ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা গছপুলি ৰোপণ কৰাৰ কিছু মুহূৰ্ত।

Today, the Co-District Level Task Force(CDLTF), Dalgaon conducted an inspection at the Bechimari market,  Dalgaon to mon...
25/05/2026

Today, the Co-District Level Task Force(CDLTF), Dalgaon conducted an inspection at the Bechimari market, Dalgaon to monitor and regulate the prices of all consumable commodities at open market to implement effective measures to counter price rises under the jurisdiction of the CDC, Dalgaon.

On 21/05/2026, the Co-District Commissioner, Shri Ajit kalita,ACS, chaired a Co-District Level Task Force (CDLTF) meetin...
25/05/2026

On 21/05/2026, the Co-District Commissioner, Shri Ajit kalita,ACS, chaired a Co-District Level Task Force (CDLTF) meeting on the monitoring of prices of essential commodities at the Office of the Co-District Commissioner,Dalgaon.

দলগাঁও সমজিলাৰ উদ্য়োগত যোৱা ১০-১২-২০২৫ তাৰিখে শ্বহীদ দিৱস  ২০২৫ উপলক্ষে   দলগাওঁ টাউন ফিল্ডত   অনুষ্ঠিত কৰা অনুষ্ঠানৰ  ক...
12/12/2025

দলগাঁও সমজিলাৰ উদ্য়োগত যোৱা ১০-১২-২০২৫ তাৰিখে শ্বহীদ দিৱস ২০২৫ উপলক্ষে দলগাওঁ টাউন ফিল্ডত অনুষ্ঠিত কৰা অনুষ্ঠানৰ কিছু মূহুৰ্ত..

দলগাঁও সমজিলাৰ অন্তৰ্গত   ৰাষ্ট্ৰীয় খাদ্য় সুৰক্ষা আইনৰ  অধীনস্থ পৰিয়ালৰ বাবে নতুন ৰাজসাহায্যযুক্ত খাদ্য়-সামগ্ৰী নিমখ, দা...
11/11/2025

দলগাঁও সমজিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় খাদ্য় সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে নতুন ৰাজসাহায্যযুক্ত খাদ্য়-সামগ্ৰী নিমখ, দাইল, চেনি বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠান ১০/১১/২০২৫ তাৰিখে দলগাঁৱৰ কল্য়াণ সমবায় প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয়।

১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ কিছু মূহুৰ্ত দলগাওঁ সমজিলা কাৰ্যালয়ত ।
22/06/2025

১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ কিছু মূহুৰ্ত দলগাওঁ সমজিলা কাৰ্যালয়ত ।

২০/০৬/২০২৫ : দলগাওঁ সমজিলাৰ বিভিন্ন স্থানত "বিষ্ণু ৰাভা দিৱস" উদযাপন কৰা হয়।
21/06/2025

২০/০৬/২০২৫ : দলগাওঁ সমজিলাৰ বিভিন্ন স্থানত "বিষ্ণু ৰাভা দিৱস" উদযাপন কৰা হয়।

দলগাঁও সমজিলা প্ৰশাসনৰ বলিষ্ঠ পদক্ষেপত পোনপ্ৰথম বাৰৰ বাবে আয়োজন কৰা ৭৬ তম্ গনৰাজ্য দিৱসৰ কিছু আলোকচিত্ৰ
03/02/2025

দলগাঁও সমজিলা প্ৰশাসনৰ বলিষ্ঠ পদক্ষেপত পোনপ্ৰথম বাৰৰ বাবে আয়োজন কৰা ৭৬ তম্ গনৰাজ্য দিৱসৰ কিছু আলোকচিত্ৰ

25/01/2025

আপোনাসৱক জনাবলৈ পাই সুখী হৈছো যে দলগাওঁ সমজিলাৰ প্ৰশাসনৰ উদ্যোগত ৭৬ তম্ গণৰাজ্য দিৱস উদযাপন কৰিবৰ বাবে মানস কৰা হৈছে। গতিকে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্ত ভাৱে কামনা কৰা হৈছে ।
স্থান - দলগাওঁ টাউন খেলপথাৰ ।
সময় - পুৱা ৮.৩০ বজাত

Address

Dalgaon, Darrang
Dalgaon
784116

Website

Alerts

Be the first to know and let us send you an email when CDC-Dalgaon, Darrang-Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share