Dilip Deka Collection

Dilip Deka Collection Cultural Activist

13/05/2024

গাৱঁৰ ঘৰে ঘৰে হুঁচৰি
নাই একো আধুনিকতা
এয়াই আমাৰ পৰম্পৰা
১১, মে ২০২৪

15/02/2024

520 নং দগীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ (মই অআকখ শিকা) সৰস্বতী পূজা উদ্‌যাপনৰ একাংশ (১৪ ফেব্ৰুৱাৰী ২০২৪)

27/10/2023
27/10/2023

নমিতা কলিতাৰ হৰিনাম

22/10/2023

পূজাৰ বতৰ

06/10/2023

আহক এটি সুমধুৰ গীত শুনো
শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ তিথি উদ্‌যাপনৰ এক শৰণ ধৰ্মালোচনী সভাৰ আৰম্ভণি গীত
স্থান - শলগুৰি সত্ৰ, নগাঁও (ভকতপাৰা), ১ অক্টোবৰ, ২০২৩, দেওবাৰ

03/10/2023

শলগুৰি সত্ৰ নগাঁও ভকতপাৰাত (দৰং, অসম) ১ অক্টোবৰ, দেওবাৰে শংকৰদেৱৰ জন্মোৎসৱ অনুস্থানৰ সন্ধিয়া শংকৰদেৱ কৃষ্টি সংঘৰ দ্বাৰা পৰিচালিত সত্ৰীয়া নৃত্যৰ অনুস্থানৰ একাংশ ৷

02/10/2023

গুৱাহাটী মহানগৰীৰ এটি ব্যস্ত সময়ত হঠাতে নাগাৰা নামৰ শব্দ শুনি আগুৱাই গলোঁ আৰু গৈ দেখিলোঁ সুন্দৰ হৰিনামৰ অনুস্থান ৷ নামৰ শেষত আপ্লুত হৈ বহুজনে পুৰস্কৃত কৰিছে আৰু মইও সামান্য আগবঢ়ালোঁ লগতে নকৈ নোৱাৰিলো যে “আপোনালোকে যি হৰিনাম উপভোগ কৰি আছে এই নাগাৰা নামৰ সৃষ্টি মোৰ জন্মস্থান দৰং জিলাৰ খটৰাতে হয়” আৰু আমি গৌৰৱবোধ কৰিছোঁ ৷ লগতে গোৰেশ্বৰৰ পাঠক ইলা ৰাজবংশীলৈ ধন্যবাদ, কৃতজ্ঞতা আৰু শুভেচ্ছা যাচিলোঁ ।

Address

Dipila
Darrang

Website

Alerts

Be the first to know and let us send you an email when Dilip Deka Collection posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category