Bher Bheri Anchalik NEMSU

Bher Bheri Anchalik NEMSU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bher Bheri Anchalik NEMSU, Social service, Darrang.

10/12/2025
সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো।
18/10/2025

সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো।


NEMSU Jindabad
08/07/2025

NEMSU Jindabad

29/06/2025

ভেৰ ভেৰী আঞ্চলিক নেমছুৰ উদ্যোগত ২০২৫ বৰ্ষৰ HSLC/HS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ভেৰ ভেৰী অঞ্চলৰ সমূহ শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰিব।গতিকে অঞ্চলৰ সমূহ শিক্ষাৰ্থীক যথাসময়ত উপস্থিত হবলৈ আমন্ত্ৰণ জনালো।
স্হান- ভেৰ ভেৰী বিল গাও পঞ্চায়ত
তাৰিখ-৬/৭/২০২৫
সময়- দিনৰ ১১:০০ বজাত।

নেমছু জিন্দাবাদ।

নেমছূৰ ওদালগুৰি জিলা সমিতিৰ নৱ নিযুক্ত সভাপতি চুলতান মামুদ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক সন্মানীয় ৰফিকুল ইছলাম ডাঙৰীয়াক ...
24/06/2025

নেমছূৰ ওদালগুৰি জিলা সমিতিৰ নৱ নিযুক্ত সভাপতি চুলতান মামুদ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক সন্মানীয় ৰফিকুল ইছলাম ডাঙৰীয়াক আমি আমাৰ ভেৰভেৰি আঞ্চলিক সমিতিৰ তৰপৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।

নেমছু জিন্দাবাদ
বদৰুল ইছলাম জিন্দাবাদ

আমাৰ ভেৰ ভেৰী অঞ্চললৈ  সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।NEMSU Jindab...
01/05/2025

আমাৰ ভেৰ ভেৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

NEMSU Jindabad

ভেৰ ভেৰী অঞ্চলখিনি চোৱাৰ উদ্দেশ্য নেমছুৰ কেন্দ্ৰীয় সিমিতিৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়া উপস্থিত হয় লগতে ওদালগুৰি নেমছুৰ...
27/04/2025

ভেৰ ভেৰী অঞ্চলখিনি চোৱাৰ উদ্দেশ্য নেমছুৰ কেন্দ্ৰীয় সিমিতিৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়া উপস্থিত হয় লগতে ওদালগুৰি নেমছুৰ সভাপতি ও সহকাৰী সম্পাদক উপস্থিত থাকে।তেখেত সকললৈ আমাৰ অঞ্চলিকৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

NEMSU Jindabad
Badrul Islam Jindabad

🙏নমস্কাৰ🙏           উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা(NEMSU)ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্...
25/12/2024

🙏নমস্কাৰ🙏
উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা(NEMSU)ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা 26 আৰু 27 ডিচেম্বৰত 2024 তাৰিখে কলাইগাঁও প্ৰগতিশীল জনমঞ্চ উদযাপন কৰা হৱ।
গতিকে সকলো ছাত্ৰ-ছাত্ৰী তথা সকলো ৰাইজৰ উপস্থিত কামনা কৰিলো।

ধন্যবাদ
🙏 NEMSU Jindabad🙏
🙏 Bher Bheri Anchalik NEMSU🙏

Address

Darrang

Website

Alerts

Be the first to know and let us send you an email when Bher Bheri Anchalik NEMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category