Udalguri Jila Mohila Morcha

  • Home
  • Udalguri Jila Mohila Morcha

Udalguri Jila Mohila Morcha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Udalguri Jila Mohila Morcha, Political organisation, .

30/03/2026
30/03/2026
30/03/2026
29/03/2026

লক্ষ্যপ্ৰাপ্তিলৈ আৰু বেছি দূৰ নাই!

Last mile outreach 🤝

29/03/2026

মোৰ বুথ সকলোতকৈ মজবুত।

সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ৩০ মাৰ্চত দিনৰ ১ বজাত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই NaMo App-ৰ জৰিয়তে বিজেপি,অসম প্ৰদেশৰ কাৰ্যকৰ্তাসকলৰ সৈতে এক পোনপটীয়া বাৰ্তালাপত সংযুক্ত হ'ব ।

প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৈতে পোনপটীয়া বাৰ্তালাপত অংশগ্ৰহণ কৰিবলৈ NaMo App ডাউনলোড কৰি পঞ্জীয়ন কৰক।

26/03/2026

সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬ উপলক্ষে কাইলৈ বৰাক উপত্যকাৰ বৰখলা আৰু শিলচৰত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিম।

অসমত বিজেপিৰ নেতৃত্বাধীন এনডিএ চৰকাৰক ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰাৰ উদ্দেশ্যে বৰাক উপত্যকাৰ ৰাইজৰ অকুণ্ঠ মৰম, আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ এই যাত্ৰাক ন উদ্যমেৰে আগুৱাই নিয়াৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছোঁ।

26/03/2026

গুৱাহাটী-নগাঁৱৰ মাজত নিৰ্মাণ কৰা হ'ব এক্সপ্ৰেছ হাইৱে' । নগাঁৱৰ 'বিজয় সংকল্প সভা'ত মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়াৰ বৃহৎ ঘোষণা ।

আকৌ এবাৰ বিজেপি চৰকাৰ।

Dilip Saikia
Nilima Devi
BJP Assam Pradesh

Address


Website

Alerts

Be the first to know and let us send you an email when Udalguri Jila Mohila Morcha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share