Dergaon Town Block Congress

Dergaon Town Block Congress ভাৰতীয় জাতীয় কংগ্ৰেছ দেৰগাঁও নগৰ

আজি ২৩/৫/২০২৫ তাৰিখে অৱসৰপ্ৰাপ্ত শিক্ষক তথা দেৰগাঁও টাউন মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক আৰু বৰ্তমান দেৰগাঁও টাউন ব্লক ক...
23/05/2025

আজি ২৩/৫/২০২৫ তাৰিখে অৱসৰপ্ৰাপ্ত শিক্ষক তথা দেৰগাঁও টাউন মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক আৰু বৰ্তমান দেৰগাঁও টাউন ব্লক কংগ্ৰেছ কমিটীৰ অনুসূচিত জাতি বিভাগৰ সভাপতি অৰুণ চন্দ্ৰ দাস ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তি ঘটিছে, তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো ।
প্ৰয়াত অৰুণ চন্দ্ৰ দাস দেৱক অন্তিম দলীয় শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা মূহুৰ্তত 🙏🙏🙏

Gaurav Gogoi
Indian National Congress - Dergaon

 #দেৰগাঁও_বিধান_সভা_সমষ্টি অন্তৰ্গত দেৰগাঁও টাউন ব্লক মহিলা কংগ্ৰেছৰ আজি ৬.৪.২০২৫ তাৰিখে এখন কৰ্মী সভা অনুষ্ঠিত হয়। টাউ...
06/04/2025

#দেৰগাঁও_বিধান_সভা_সমষ্টি অন্তৰ্গত দেৰগাঁও টাউন ব্লক মহিলা কংগ্ৰেছৰ আজি ৬.৪.২০২৫ তাৰিখে এখন কৰ্মী সভা অনুষ্ঠিত হয়। টাউন ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ববিতা ঘোষৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে গোলাঘাট জিলাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিজৰা বৰুৱা, গোলাঘাট জিলা উপ সভানেত্ৰী বন্তী আহমেদ,দেৰগাঁও টাউন ব্লকৰ সভাপতি বিনন্দ সন্দিকৈ, গোলাঘাট জিলাৰ মহিলা কংগ্ৰেছৰ তত্ত্বাবিধায়িকা অঞ্জুমা আহমেদ ডাঙৰীয়ানী, দেৰগাঁও পৌৰসভা প্ৰাক্তন সভানেত্ৰী মামণি দাস,ৰাজ্যিক সাধাৰণ সম্পাদক SM & IT Dept জয় কৃষ্ণ বৰুৱা, জিলাৰ সমন্বয়ক আলফৰিদ আলম প্ৰমুখ্য কৰি অন্যান্য বহুতো দলীয় নেতা কৰ্মী উপস্থিত থাকে।সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু সংগঠন তথা মহিলা সবলীকৰণৰ, ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় তথা সামাজিক প্ৰগতিৰ শিতানত মহিলাৰ অংশগ্ৰহণ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ।

02/04/2025
05/03/2025

“ভাওনাৰ কাম নাই…
এইবোৰ সময় নষ্ট…”
এইয়া মন্ত্ৰী অশোক সিংঘলৰ স্পৰ্দ্ধা ! দায়িত্বশীল মন্ত্ৰীৰ কাণ্ডজ্ঞান হীন মন্তব্য। অসমীয়া সংস্কৃতিক অপমান কৰাৰ ধৃষ্টতা ক’ত পালে মন্ত্ৰী অশোক সিংঘালে ? অসমীয়াই দিয়া মৰমৰ প্ৰতিদান নেকি এয়া মন্ত্ৰী অশোক সিংঘালৰ?

ক্ষমতাই মূৰত ধৰিছে এই মন্ত্ৰীজনক, ক্ষমতাৰ বলত বলীয়ান এইজন মন্ত্ৰীয়ে এইবাৰ অসম আৰু অসমীয়াৰ স্বাভিমান গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক কৰিলে চূড়ান্ত অপমান।গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ভাওনাৰ নিমন্ত্ৰণ গ্ৰহণৰ সময়ত তেওঁ “ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট” বুলি মন্তব্য কৰিছিল বুলি উত্থাপিত হৈছে অভিযোগৰ।

জাতি মাটি ভেটিৰ কথা কোৱা সকলে এনে জাতি বিৰোধী অপমান জনক মন্তব্যৰ বাবে শীঘ্ৰে ৰাজহুৱা ক্ষমা ভিক্ষা খোজা দাবী জনাও ! ~~Bhupen Borah সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি

Indian National Congress - Assam

Gaurav Gogoi Indian National Congress - Dergaon
04/03/2025

Gaurav Gogoi
Indian National Congress - Dergaon

03/03/2025
দৈনিক জনমভূমিৰ পৃষ্ঠাৰ পৰা....
01/11/2024

দৈনিক জনমভূমিৰ পৃষ্ঠাৰ পৰা....

31/10/2024

Address

Dergaon

Website

Alerts

Be the first to know and let us send you an email when Dergaon Town Block Congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share