12/09/2023
ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চি:আৰ:পি:চি)ধাৰা ১৩৩ৰ উপধাৰা ১(খ)ৰ অধীনত, ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে যে অনুসূচীত এইচ এক্স ঔষধ বিক্ৰী কৰা ধেমাজি জিলাৰ অন্তৰ্গত সকলো ফাৰ্মাচীৰ চৌহদত চিচিটিভি কেমেৰা স্থাপন কৰিব লাগিব আৰু এই আদেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ ( ১৮৬০-৪৫) অধীনত নিৰ্ধাৰিত আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ছয় মাহলৈকে কাৰাদণ্ড, বা এক হাজাৰ টকালৈকে জৰিমনা হ'ব পাৰে।