CYSS Dhemaji

CYSS Dhemaji Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from CYSS Dhemaji, Political organisation, Dhemaji, Dhemaji.

29/03/2025

ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনৰ "22 নং বন্দাপাৰা" ত আপৰ প্ৰাৰ্থী পৰেশ বড়ো ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ছাত্ৰ যুৱ সংগ্ৰাম সমিতি(CYSS)ৰ ৰাজ্যিক সভাপতি,সম্পাদকৰ লগতে ৰাজ্যিক নেতৃত্ব।

CYSS Assam
24/12/2024

CYSS Assam

আম আদমি পাৰ্টি  আৰ্দশগত ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি (CYSS)ৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰা হিৰক জ্যোতি ...
10/11/2024

আম আদমি পাৰ্টি আৰ্দশগত ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতি (CYSS)ৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰা হিৰক জ্যোতি দত্ত ডাঙৰীয়ালৈ ধেমাজি জিলাৰ ছাত্ৰ যুৱ সংগ্ৰাম সমিতি তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো। CYSS Assam

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৱিত্ৰ পূণ্যতিথি 'ৰাভা দিৱস'ৰ সৈতে সংগতি ৰাখি CYSS য়ে আয়োজন কৰে "ৰোজগাৰ সংসদ" এই অনুষ্ঠানটো...
21/06/2024

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৱিত্ৰ পূণ্যতিথি 'ৰাভা দিৱস'ৰ সৈতে সংগতি ৰাখি CYSS য়ে আয়োজন কৰে "ৰোজগাৰ সংসদ" এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী গোপাল ৰায় ডাঙৰীয়াৰ CYSS ৰ ৰাষ্ট্ৰীয় সভাপতি অনুৰাজেন্দ্ৰ নিগম ডাঙৰীয়া, CYSS অসমৰ সভাপতি দিব্যজ্যোতি কুলি ডাঙৰীয়া, আপ অসমৰ তত্বাবধায়ক ৰাজেশ শৰ্মা ডাঙৰীয়া,আপ অসমৰ সভাপতি ড০ ভবেন চৌধুৰী ডাঙৰীয়া লগতে আপ অসম আৰু CYSS অসমৰ ৰাজ্যিক নেতৃবৰ্গ‌ই ।
CYSS Assam

হাজাৰ হাজাৰ গছ কাটি ৰাস্তা নিৰ্মাণ কৰা কাৰ্যক ধেমাজি জিলাৰ ছাত্ৰ যুৱ সংগ্ৰাম সমিত(CYSS) য়ে তীব্ৰ গৰিণা দিয়াৰ লগতে উন্নয়ন...
16/06/2024

হাজাৰ হাজাৰ গছ কাটি ৰাস্তা নিৰ্মাণ কৰা কাৰ্যক ধেমাজি জিলাৰ ছাত্ৰ যুৱ সংগ্ৰাম সমিত(CYSS) য়ে তীব্ৰ গৰিণা দিয়াৰ লগতে উন্নয়নৰ নামত প্ৰাকৃতিক সম্পদ ধ্বংস নকৰিবলৈ দাবি জনাইছো।
CYSS Assam

আজি বীৰ চিলাৰায় দিৱস। সমগ্ৰ ৰাজ্যজুৰি ফ্ৰেব্ৰুৱাৰী মাহৰ মাঘী পূৰ্ণিমাৰ দিনা চিলাৰায় দিৱস উদযাপন কৰা হয়।চিলাৰায়ৰ প্ৰকৃত ন...
24/02/2024

আজি বীৰ চিলাৰায় দিৱস। সমগ্ৰ ৰাজ্যজুৰি ফ্ৰেব্ৰুৱাৰী মাহৰ মাঘী পূৰ্ণিমাৰ দিনা চিলাৰায় দিৱস উদযাপন কৰা হয়।
চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱানো বুলিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল।
CYSS Assam

উচ্চতৰ মাধ্যমিকৰ চুঢ়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া সমূহ ছাত্ৰ - ছাত্ৰীলৈ CYSS ধেমাজি তৰফৰ পৰা আন্তৰিক শুভ কামনা জ্...
11/02/2024

উচ্চতৰ মাধ্যমিকৰ চুঢ়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া সমূহ ছাত্ৰ - ছাত্ৰীলৈ CYSS ধেমাজি তৰফৰ পৰা আন্তৰিক শুভ কামনা জ্ঞাপন কৰিলোঁ।

28/01/2024

আজি আছু প্ৰাক্তন নেতাৰ লগতে আম আদমি পাৰ্টি আৰ্দশ গত ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সম্পাদক আৰু উপ সভাপতিয়ে BJP ত যোগদান কৰা কায্যক ছাত্ৰ যুৱ সংগ্ৰাম সমিতি ৰাজ্যিক ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক হিৰক জ্যোতি দত্তই তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
CYSS Assam

ময়ে অসমৰ   ময়ে ভাৰতৰ            ময়ে ডেকা লৰা অগ্নিময় ৷            ময়ে ভাৰতৰ নবীন সূর্য্য             পূর্ব্বাচলত বজ...
17/01/2024

ময়ে অসমৰ
ময়ে ভাৰতৰ
ময়ে ডেকা লৰা অগ্নিময় ৷
ময়ে ভাৰতৰ নবীন সূর্য্য
পূর্ব্বাচলত বজাওঁ তূর্য্য।”

21/12/2023

আজি ধেমাজিত NBNews ব্যতিক্ৰম অনুস্থানত আম আদমি(AAP) আদৰ্শগত ছাত্ৰ সংগঠন CYSS ৰ ৰাজ্যিক ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক হিৰক জ্যোতি দত্তৰ মন্তব্য।
CYSS Assam

অভিনন্দন মাধৱদেৱ বিশ্ববিদ্যালয় 💐মাধৱদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ বৃহৎ জ...
06/12/2023

অভিনন্দন মাধৱদেৱ বিশ্ববিদ্যালয় 💐
মাধৱদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ বৃহৎ জয় লাভ। CYSSৰ সমৰ্থিত প্ৰাৰ্থী ক্ৰমে
১: সভাপতি :- গৌতম দলে
২: ক্ৰীড়া সম্পাদক:- গুণীদ্ৰ কুটুম
৩: ছাত্ৰী জিৰণি কোঠা সম্পাদিকা :- জুৰি দেউৰী জয়লাভ কৰে ✊
CYSS Assam

Address

Dhemaji
Dhemaji

Telephone

+919707663464

Website

Alerts

Be the first to know and let us send you an email when CYSS Dhemaji posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share