04/09/2026
শুভ জন্মাষ্টমী।
সমূহ ভক্তপ্ৰাণ ৰাইজলৈ সন্মিলিত গণশক্তি অসমৰ তৰফৰ পৰা জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
পৃথিৱীৰ সকলো বাধা-বিঘিনি, হিংসা-বিভেদ, ৰোগ-ব্যাধি নাশ আৰু সুখ-শান্তি, সমৃদ্ধিৰ কামনাৰে প্ৰভু ঈশ্বৰ শ্ৰীশ্ৰী কৃষ্ণৰ শ্ৰীচৰণত সেৱা জনালোঁ।
ধন্যবাদ।।
সম-অধিকাৰ সম-মৰ্য্যদা সম-উন্নয়ন।
#সন্মিলিত_গণশক্তি_অসম।