Shahinoor Rahman Bechamari ZPC

Shahinoor Rahman Bechamari ZPC Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Shahinoor Rahman Bechamari ZPC, Political Party, Hatimuria, po+ps Moirabari , dist Morigaon, Dhing.

07/02/2026
কংগ্ৰেছৰ সময়ত ইমান খিনি কাণ্ড হোৱাৰ পিছতো যদি আমি মুছলিম সকলে কংগ্ৰেছৰ কথা উচ্চাৰণ কৰি আছোঁ তেতিয়া হলে আমি কিমান নিলজ্...
20/07/2025

কংগ্ৰেছৰ সময়ত ইমান খিনি কাণ্ড হোৱাৰ পিছতো যদি আমি মুছলিম সকলে কংগ্ৰেছৰ কথা উচ্চাৰণ কৰি আছোঁ তেতিয়া হলে আমি কিমান নিলজ্জ হব পাৰোঁ । কিছুমান মুছলিম মানুহে নিজৰ মুনাফা কাৰনে কংগ্ৰেছৰ গুলাম হৈ আছে ।

12/07/2025

কংগ্ৰেছৰ নেতা সকলে ইমান দিন উচ্ছেদ কৰাক লৈ কোনো ধৰণৰ মাত মাতা নাছিল কিয় ? বৰ্তমান ভোট বেংক সজোৱাৰ পৰিকল্পনাত এতিয়া মাতিব ধৰিছে 2026 ৰ বিধান সভাত জিকালে ৰাইজক পত্তা দিব বুলি কৈ আছে ৰাইজে এটা কথা মন কৰিব লাগে, বিজেপি চৰকাৰৰ আগতে কংগ্ৰেছৰ চৰকাৰ আছিল 15 বছৰ তেতিয়া কিয় সংস্থাপন দিয়া নাছিল । তাৰ মানে মুছলমান খিলঞ্জীয়া মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে। ৰাইজ পাহৰি নাযাব । বিদেশী সমস্যা , NRC , D ভোটাৰৰ সমস্যা , ডিটেনচন কেম্প , কংগ্ৰেছৰ সময়ত কংগ্ৰেছেই লগাই থৈ গৈছিল । এতিয়া গৌৰৱ গগৈয়ক কেইটা কথা কৈছে এই সন্দৰ্ভত তেওঁ নিমাত কিয় । মন কৰিব লগীয়া কথা হল ইছলাম ধৰ্মীয় মানুহ সকল আল্লাহৰ ওপৰত ভৰহা ৰাখি একত্ৰিত হৈ নিজৰ ৰাজনৈতিক এটা দল বাছি লৈ চৰকাৰৰ লগত যুঁজ দিবলৈ শিকক। ধন্যবাদ

02/07/2025

অসমৰ মানুহে জনা উচিত
Share this post

30/06/2025

অসমৰ সমূহ ৰাইজে পাৰ্থক্য টো চাওঁক । আৰু এইবাৰ 2026 অত হিচাপ লব । পাগল কুকুৰে কামুৰিছিল ধুবুৰীৰ ৰাইজক ।

Address

Hatimuria, Po+ps Moirabari , Dist Morigaon
Dhing
782126

Website

Alerts

Be the first to know and let us send you an email when Shahinoor Rahman Bechamari ZPC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share