Namoni Asom Sankhyalaghu Sangram Parishad

Namoni Asom Sankhyalaghu Sangram Parishad .

25/06/2026

বাহঁৰ দলং নিৰ্মাণৰ বাবে আমিবোৰ একেলগে।

নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPৰ বিলাসীপাৰা জিলা সমিতিৰ নৱ নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক হিচাপে দায়ীত্ব ...
25/06/2026

নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPৰ বিলাসীপাৰা জিলা সমিতিৰ নৱ নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক হিচাপে দায়ীত্ব লাভ কৰা শ্ৰী ছফিকুল ইছলাম ডাঙৰীয়া আৰু নৱ নিৰ্বাচিত শিক্ষা সম্পাদক হিচাপে দায়ীত্ব লাভ কৰা শ্ৰী মোবাৰক হোছাইন ডাঙৰীয়ালৈ সংগ্ৰামী আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।

18/06/2026

NASSP Official 🤗 ✅💐

21/05/2026

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত লোৱা কাৰ্য্যসূচীৰ শেষত সাংবাদিক বন্ধু সকলৰ আগত NASSP Officialৰ হৈ আমাৰ সভাপতিৰ মন্তব্য।🤗 🤗

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when Namoni Asom Sankhyalaghu Sangram Parishad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share