৯নং বিৰশিং জৰুৱা সমষ্টিৰ ৰাইজৰ মতামত বিছাৰিছো।

  • Home
  • India
  • Dhubri
  • ৯নং বিৰশিং জৰুৱা সমষ্টিৰ ৰাইজৰ মতামত বিছাৰিছো।

৯নং বিৰশিং জৰুৱা সমষ্টিৰ ৰাইজৰ মতামত বিছাৰিছো। follow koro

07/08/2026
07/08/2026

আমাৰ একমাহজোৰা বিনামূলীয়া গ্ৰীষ্মকালীন কোচিং ক্লাছৰ যোৱাকালি সফলতাৰে সামৰণি পৰে। এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ উৎসাহ আৰু উপস্থিতিয়ে আমাক অত্যন্ত আনন্দিত কৰিলে।

এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ অৰ্জিত জ্ঞানৰ মূল্যাংকনৰ বাবে এক বিশেষ পৰীক্ষাৰ আয়োজন কৰা হৈছে:

📅 পৰীক্ষাৰ দিন: অহা ৰবিবাৰ
⏰ সময়: পুৱা ১০:০০ বজাৰ পৰা

🏆 বিশেষ পুৰস্কাৰসমূহ:
🥇 প্ৰথম স্থান: ₹৫,০০০/- + মেধা প্ৰমাণপত্ৰ
🥈 দ্বিতীয় স্থান: ₹৩,০০০/- + মেধা প্ৰমাণপত্ৰ
🥉 তৃতীয় স্থান: ₹২,০০০/- + মেধা প্ৰমাণপত্ৰ

পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সকলো ছাত্ৰ-ছাত্ৰীক সময়মতে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ’ল। সকলোলৈকে আমাৰ তৰফৰ পৰা শুভকামনা ৰ’ল। 👍✨

09/04/2026

ইতিমধ্যে বিৰশিং জৰুৱা সমষ্টিত 83% ভোট আলী আকবৰ মিঞা চাহাবৰ পক্ষত পৰি আছে — এইটো স্পষ্ট যে পৰিৱর্তনৰ জোৱাৰ উঠিছে।

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when ৯নং বিৰশিং জৰুৱা সমষ্টিৰ ৰাইজৰ মতামত বিছাৰিছো। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share