Dhupdhara Electrical Sub-Division,APDCL

Dhupdhara Electrical Sub-Division,APDCL Dhupdhara Electrical Sub-Division

18/05/2026

ইয়াৰ ধূপধৰা বৈদ্যুতিক উপ সংমণ্ডল সমূহ গ্ৰাহক সকলোক জনোৱা হয় যে অহাকালি ইংৰাজী 19-05-2026 তাৰিখ মঙ্গলবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা ৰাতিপুৱা ৯ বজালৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে বকোৰ পৰা ধূপধৰালৈ অহা 33 KV বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থাকিব সেয়েহে সমূহ মূল্যবান গ্ৰাহক সকলোৰ সহায় সহযোগিতা কামনা কৰা হল।
ধূপধৰা বৈদ্যুতিক উপ সংমণ্ডল।

16/05/2026

ইয়াৰ দ্বাৰা ধূপধৰা বৈদ্যুতিক উপ সংমণ্ডলৰ সমূহ বিদ্যুৎ গ্ৰাহকক সকলোক জনোৱা হয় যে অহাকালি ইংৰাজী ১৭/৫/২০২৬ তাৰিখ ৰবিবাৰে ৰাতিপুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ৰাতিপুৱা ১০ বাজি ৩০ মিনিটলৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে বকোৰ পৰা ধূপধৰালৈ 33 KV বিদ্যুৎ যোগান ব্যাহত হৈ থাকিব। সেহেয়ে সমূহ মূল্যবান গ্ৰাহকক সকলোৰ সহায় সহযোগিতা কামনা কৰা হল।

02/05/2026

ইয়াৰ দ্বাৰা ৰংজুলি আৰু টিপলাই (শিমলিতলা) নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত সমূহ বিদ্যুৎ গ্ৰাহকক জনোৱা হয় যে অহাকালি ইংৰাজী ৩/৫/২০২৬ তাৰিখ ৰবিবাৰে ৰাতিপুৱা ৮ বজাৰ পৰা ৰাতিপুৱা ১১ বজালৈ ৪ লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ৩৩ কে ভি বিদ্যুৎ যোগান ব্যাহত হৈ থাকিব। সেয়েহে ৰংজুলি আৰু টিপলাই ( শিমলিতলা) ৰ নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত সমূহ মূল্যবান গ্ৰাহকক সকলোৰ সহায় সহযোগিতা কামনা কৰা হল।
ধুপধৰা বৈদ্যুতিক উপসংমন্দল।

25/04/2026

ধূপধাৰা বৈদ্যুতিক উপ সংমণ্ডল গ্ৰাহক সকলোৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অহাকালি ইংৰাজী ২৬ এপ্ৰিল তাৰিখ ৰবিবাৰে ৰাতিপুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ৰাতিপুৱা ১০ বাজি ৩০ মিনিটলৈ বকোৰ পৰা ধূপধৰালৈ অহা 33 KV বিদ্যুৎৰ অত্যাৱশ্যকীয় মেৰামতিৰ বিদ্যুৎ যোগান ব্যাহত হৈ থাকিব। সেয়েহে মূল্যবান গ্ৰাহক সকলোক সহায় সহযোগিতা কামনা কৰা হল।

18/04/2026

ইয়াৰ দ্বাৰা ৰংজুলি আৰু টিপলাই (শিমলিতলা) নিয়ন্ত্ৰণ কক্ষৰ সমূহ বিদ্যুৎ গ্ৰাহকক জনোৱা হয় যে অহাকালি ইংৰাজী ১৯ এপ্ৰিল তাৰিখ ৰবিবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা ৰাতিপুৱা ১০ বাজি ৩০ মিনিটলৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ৩৩ KV বিদ্যুৎ যোগান ব্যাহত হৈ থাকিব। সেয়হে সমুহ ৰংজুলি আৰু টিপলাই নিয়ন্ত্ৰণ কক্ষৰ গ্ৰাহক সকলোক সহায় সহযোগিতা কামনা কৰা হল
ধূপধাৰা বৈদ্যুতিক উপ সংমণ্ডল।

15/04/2026

ধূপধৰা বৈদ্যুতিক উপ সংমণ্ডল সমূহ গ্ৰাহক সকলোক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ধূপধৰা বৈদ্যুতিক উপ সংমণ্ডল।

04/04/2026

ইয়াৰ দ্বাৰা ধূপধৰা সমূহ বিদ্যুৎ গ্ৰাহক সকলোক জনোৱা হয় যে অহাকালি ইংৰাজী 5 এপ্ৰিল তাৰিখ ৰবিবাৰে ৰাতিপুৱা 6 বাজি 30 মিনিটৰ পৰা ৰাতিপুৱা 10 বজালৈ বকোৰ পৰা ধুপধৰালৈ অহা 33 KV বিদ্যুৎৰ জংগল কটাৰ বাবে ধুপধৰা কাৰ্যালয়ৰ অধীনত থকা সমগ্ৰ অঞ্চলত বিদ্যুৎ সংযোগ ব্যাহত হৈ থাকিব।
সেয়হে সমূহ মূল্যবান গ্ৰাহক সকলোক সহায় সহযোগিতা কামনা কৰা হল।

02/04/2026

ইয়াৰ দ্বাৰা ধুপধৰা টাউন ফিডাৰৰ গ্ৰাহক সকলোক জনোৱা হয় যে আজি ইংৰাজী 2 এপ্ৰিল তাৰিখে ৰাতি 10 বজাৰ পৰা ৰাতি 12 বজালৈকে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ধুপধৰা টাউন ফিডাৰ বিদ্যুৎৰ যোগান ব্যাহত হৈ থাকিব । সেয়েহে সমূহ মূল্যবান গ্ৰাহকক সহায় সহযোগিতা কামনা কৰা হল।
ধুপধৰা বৈদ্যুতিক উপ সংমণ্ডল।

26/03/2026

ইয়াৰ দ্বাৰা শিমলীতলা বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত সমূহ বিদ্যুৎ গ্ৰাহকক জনোৱা হয় যে শিমলীতলা নিয়ন্ত্ৰণ কক্ষৰ আগৰ ফোন নম্বৰটো বেৱা হোৱাৰ বাবে নতুন নম্বৰ লোৱা হৈছে নতুন নম্বৰটো হল 7086023023 সেয়েহে মূল্যবান গ্ৰাহকক সকলোৰ বিদ্যুৎৰ কিবা অভিযোগ থাকিলে উক্ত নম্বৰত ফোন কৰিবলৈ ইয়াৰে অনুৰোধ জনোৱা হল।
ধূপধৰা বৈদ্যুতিক উপ সংমণ্ডল।

21/03/2026

ইয়াৰ দ্বাৰা সমূহ বিদ্যুৎ গ্ৰাহক সকলোক জনোৱা হয় যে অহাকালি ইংৰাজী ২২-৩-২৬ তাৰিখ ৰবিবাৰে ৰাতিপুৱা ৮ বজাৰ পৰা ৰাতিপুৱা ১০ বজালৈ সা-সৰঞ্জাম মেৰামতিৰ বাবে বকোৰ পৰা ধুপধৰালৈ অহা ৩৩ কে ভি বিদ্যুৎ সংযোগ ব্যাহত হৈ থাকিব। সেয়েহে সমূহ মূল্যবান গ্ৰাহকক সকলোৰ সহায় সহযোগিতা কামনা কৰা হল।
-ধুপধৰা বৈদ্যুতিক উপ সংমণ্ডল

Address

Dhupdhara
783123

Telephone

1912

Alerts

Be the first to know and let us send you an email when Dhupdhara Electrical Sub-Division,APDCL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share