22/09/2023
মই এজন আটছাৰ শুভাকাংশী আৰু এজন চাহ জনগোষ্ঠী যুৱক হিচাপে এই সময় খিনিত নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ,
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত হেও মানি অৱশেষত চৰকাৰে চাহ শ্ৰমিকৰ জাতীয় পৰৱ কৰম পুজাৰ মজুৰিসহ চৰকাৰি বন্ধ ঘোষণা কৰিলে ,
আটছাক মূল নেতৃত্ব দিয়া কেন্দ্ৰীয় সমিতিৰ সভাপতি/ সম্পাদক মোৰ শ্ৰদ্ধাৰ দাদা শ্ৰী ধীৰাজ গুৱালা দেৱ আৰু শ্ৰী জগদীশ বৰাইক দেৱৰ নামটো আটছাৰ ইতিহাসত সোনালী আখৰেৰে লিপিবদ্ধ হ'ব,
একতাই পৰম শক্তি
ধন্যবাদ অসম চৰকাৰ
আটছা জিন্দাবাদ 👊👊
আটুৱা জিন্দাবাদ
জয় আই অসম