15/10/2025
ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰী ৰাকেশ দাস ডাঙৰীয়াৰ সভাপতিত্বত নৱনিযুক্ত ৰাজ্যিক বিষয়া-ববীয়া সকলৰ প্ৰথমখন বৈঠক আজি ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হয়।
আজিৰ এই বিষয়া-ববীয়া সভাত নিজৰ নতুন দায়িত্ব অনুসৰি ৰাজ্যিক উপসভাপতি হিচাপে অংশগ্ৰহণ কৰাটো মোৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।
বিশেষকৈ, আজিৰ এই বৈঠকত বিশেষভাৱে উপস্থিত থাকি আমাক মূল্যবান মাৰ্গদৰ্শন প্ৰদান কৰে,
ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰদ্ধেয় দিলীপ শইকীয়া ডাঙৰীয়া,
সন্মানীয় সাধাৰণ সম্পাদক শ্ৰী দিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, আৰু
সন্মানীয় সাধাৰণ সম্পাদক শ্ৰী অনুপ বৰ্মন ডাঙৰীয়া।