07/09/2026
✨ সেৱা, সমৰ্পণ আৰু উন্নয়নৰ এক নতুন সংকল্প! ✨
সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কোটোহা পৰিষদীয় সমষ্টিৰ বিজেপিৰ অগ্ৰণী দাবীদাৰ শ্ৰীযুত বলিন বড়া ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 💐
আপোনাৰ এই নতুন যাত্ৰাৰ আৰম্ভণিৰে পৰা আছিলোঁ, আজি আছোঁ আৰু অনাগত দিনতো সদায় আপোনাৰ লগত থাকিম। 🤝💚
জনসেৱা, সমাজৰ কল্যাণ আৰু উন্নয়নৰ পথত আপোনাৰ প্ৰতিটো পদক্ষেপ সফল হওক, এয়াই মোৰ আন্তৰিক কামনা।
জয় মা ভাৰতী 🇮🇳
ভাৰত মাতা কি জয়! 🚩
জয় বিজেপি! 🪷