গীতাৰ্থ ভৰালী

গীতাৰ্থ ভৰালী সমাজকৰ্মী Social Activist

যোৱা ০৭/০৮/২০২৬ তাৰিখে ভাৰতৰ বাণিজ্যিক ৰাজধানী ৰূপে খ্যাত মুম্বাইত ভাৰতীয় তেল নিগমৰ পৰিচালক (শোধনাগাৰ)  শ্ৰী অৰবিন্দ কু...
10/08/2026

যোৱা ০৭/০৮/২০২৬ তাৰিখে ভাৰতৰ বাণিজ্যিক ৰাজধানী ৰূপে খ্যাত মুম্বাইত ভাৰতীয় তেল নিগমৰ পৰিচালক (শোধনাগাৰ) শ্ৰী অৰবিন্দ কুমাৰ ডাঙৰীয়াৰ অধ্যক্ষতাত হৈ যোৱা বিভাগীয় বৈঠকৰ কিছু মুহূৰ্ত

যোৱা ১৬ মে ২০২৬ ত ডিগবৈ ৰ কমলপুৰ বহাগী উৎসৱ ৰ কিছু দৃশ্য
22/05/2026

যোৱা ১৬ মে ২০২৬ ত ডিগবৈ ৰ কমলপুৰ বহাগী উৎসৱ ৰ কিছু দৃশ্য

যোৱা ১৬ মে ২০২৬ তাৰিখে ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল)-ৰ উদ্যোগত অনুষ্ঠিত বহাগী উৎসৱত অংশ লোৱাৰ সুযোগ পাই মন প্ৰাণ আন...
18/05/2026

যোৱা ১৬ মে ২০২৬ তাৰিখে ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল)-ৰ উদ্যোগত অনুষ্ঠিত বহাগী উৎসৱত অংশ লোৱাৰ সুযোগ পাই মন প্ৰাণ আনন্দেৰে ভৰি পৰিল। 🎶🥁

বহাগৰ সেই চিৰচেনেহী সুৰ, ঢোলৰ তাল, আৰু প্ৰিয়জনসকলৰ সান্নিধ্যত কটোৱা প্ৰতিটো মুহূৰ্ত মনত চিৰকাল অমলিন হৈ থাকিব।

এনে এক মনোৰম অনুষ্ঠান আয়োজন কৰা সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। 🙏

#বহাগ_উৎসৱ #বিহু #অসমীয়া_সংস্কৃতি 🌺

ৰঙালী বিহুৰ এই পবিত্ৰ ক্ষণত,আপোনালোক সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ।এই উৎসৱে আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি ...
15/04/2026

ৰঙালী বিহুৰ এই পবিত্ৰ ক্ষণত,
আপোনালোক সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ।
এই উৎসৱে আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক।
শুভ ৰঙালী বিহু।

যোৱা ৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে তিপমীয়া মাধ্যমিক বিদ্যালয় স্কুল খেলপথাৰ, টিংখং আৰু ৰাইডাং খেলপথাৰ, ডিগবৈ, বৰ্তমানৰ ৰাজ্য...
09/02/2026

যোৱা ৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে তিপমীয়া মাধ্যমিক বিদ্যালয় স্কুল খেলপথাৰ, টিংখং আৰু ৰাইডাং খেলপথাৰ, ডিগবৈ, বৰ্তমানৰ ৰাজ্যসভা সাংসদ আৰু পূৰ্বৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু কৰ্মসংস্থান ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ লগতে ডিগবৈ সমষ্টি বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ দ্বাৰা উন্মোচন কৰাৰ মুহূৰ্তত ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল) তৰফৰ পৰা উপস্থিত থাকিবলৈ পাও।

উক্ত প্ৰকল্প দুটা ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল) এ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ (CSR) অধীনত নিৰ্মাণ কৰি স্থানীয় ৰাইজৰ বাবে আগবঢ়াই দিয়ে।

Address

Digboi
786171

Website

Alerts

Be the first to know and let us send you an email when গীতাৰ্থ ভৰালী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to গীতাৰ্থ ভৰালী:

Shortcuts

Share