27/08/2026
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
যোৱা কালি ২৬ আগষ্ট ২০২৬ তাৰিখে বৰংগাজুলি চাহ বাগিচাত প্ৰয়াত পিয়াৰচন সোণা ডাঙৰীয়াৰ স্মৃতিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি জিলা সমিতিৰ আছাৰ সন্মানীয় সভাপতি শ্ৰীযুত শিবদুত্ত তাঁতী ডাঙৰীয়া, মঙ্গলদৈ শাখা সমিতিৰ ACMS ৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰতন কুৰ্মী ডাঙৰীয়া, লগতে বৰংগাজুলি চাহ বাগিচাৰ ACMS ৰ সভাপতি-সম্পাদক, বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
প্ৰয়াত আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। 🙏🕯️
তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ স্মৃতি আমাৰ হৃদয়ত সদায় অম্লান