Karbi Anglong BJP Supporters

Karbi Anglong BJP Supporters Karbi Anglong BJP supporters' pages require highlighting their contributions, achievements, and commitment to the party's vision.

01/06/2026

মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জে পি নাড্ডা ডাঙৰীয়াই আমাৰ দলৰ সন্মানীয় ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে দায়িত্ব পালনৰ সময়ছোৱাত দেশজুৰি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে ৰাজ্যৰ নিৰ্বাচনী যাত্ৰাত এক শক্তিশালী ভূমিকা পালন কৰিছিল। অসমৰ প্ৰতি তেখেতৰ আত্মিক সম্পৰ্ক আৰু প্ৰতি সময়তে আগবঢ়াই অহা সহায়-সহযোগিতা আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস।

আজি নতুন দিল্লীত তেখেতক সাক্ষাৎ কৰি অসমৰ স্বাস্থ্য খণ্ডত ৰূপায়িত বিভিন্ন পদক্ষেপ, নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, প্ৰ’টন বিম থেৰাপীৰ দৰে অত্যাধুনিক চিকিৎসা ব্যৱস্থা, চিকিৎসকৰ বৰ্ধিত সংখ্যা আদি বিষয়ত বিস্তৃত আলোচনা কৰাৰ লগতে তেখেতৰ মূল্যৱান মাৰ্গদৰ্শন লাভ কৰিলোঁ। উন্নত স্বাস্থ্যসেৱা আৰু আধুনিক চিকিৎসা আন্তঃগাঁথনিৰে সমৃদ্ধ এখন 'বিকশিত অসম' গঢ়াৰ দিশত আমাৰ যাত্ৰা এই সাক্ষাতে অধিক গতি প্ৰদান কৰিব বুলি আশা কৰিছোঁ।

Hon'ble Union Minister Shri J.P.Nadda ji has been instrumental in strengthening BJP in Assam during his tenure as the Rashtriya Adhyaksh and has played a key role in Assam Elections.

Today, as I met him in Delhi, I thanked him for his efforts and sought his guidance to implement the ambitious health sector schemes which we are undertaking in the State- from medical colleges to proton beam therapy to doctor intakes etc. and build Assam as a preferred hub of medical tourism.

01/06/2026
01/06/2026

Wishing a happy birthday to Shri Kamakhya Prasad Tasa Ji Hon'ble MP and National Secretary of Bharatiya Janata Party (BJP).

31/05/2026
31/05/2026
31/05/2026

Address

Diphu

Website

Alerts

Be the first to know and let us send you an email when Karbi Anglong BJP Supporters posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share