07/08/2026
উচ্চ শিক্ষিত হ'ব লাগিব অসমৰ নতুন প্ৰজন্ম। আৰ্থিক অন্তৰায় হ'ব নোৱাৰিব শিক্ষাৰ পথৰ বাধা।
সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ ফচল : নিযুত বাবু আৰু নিযুত মইনা আঁচনি