25/12/2025
ধৰ্ম আগত নে
মানুহ !
সংবিধান আগত নে
মানুহ!
মানুহৰ বাবে আইন নে
আইনৰ বাবে মানুহ !
চৰকাৰৰ বাবে মানুহ আছে নে
মানুহৰ বাবে চৰকাৰ আছে!
মানুহক মানুহৰ বাবে জীয়াই থাকিবলৈ দিয়ক।
ধৰ্ম, সংবিধান, আইন কিম্বা চৰকাৰৰ বাবে নহয়।।