Duliajan Unofficial

Duliajan Unofficial News | Reel | Brand festival | Event

জুবিন গাৰ্গ আৰু নাইছিংগাপুৰত স্কুবা ডাইভিঙত সাগৰত পৰি মৃত্যু জুবিন গাৰ্গৰ
19/09/2025

জুবিন গাৰ্গ আৰু নাই

ছিংগাপুৰত স্কুবা ডাইভিঙত সাগৰত পৰি মৃত্যু জুবিন গাৰ্গৰ

*Dear Patron,* *Namaste !!!*Celebrate *Saturday Musical Night Party* with us on September 13, 2025 (door opens at 6 pm o...
11/09/2025

*Dear Patron,*

*Namaste !!!*

Celebrate *Saturday Musical Night Party* with us on September 13, 2025 (door opens at 6 pm onwards) at *Pushkara Sarovar Portico, Dibrugarh* & it includes unlimited snacks, buffet dinner, *unlimited entertainment @ 599* all-inclusive per person and drinks on Special Price.

*Connect to know more +91 9954044600*

Looking forward to welcome you all at our premises.

*Thanks & Regards,*

*Nityananda Mondal*
*General Manager*
Pushkara Sarovar Portico, Dibrugarh
E: [email protected]
Mob: +91 9954044600

  // আজি দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২০২৪-২০২৫ বৰ্ষৰ বহিঃ খেল বিভাগৰ সম্পাদক ৰহান কুমাৰ পায়েঙ য়ে নীতি আদৰ্শ...
11/08/2025

// আজি দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২০২৪-২০২৫ বৰ্ষৰ বহিঃ খেল বিভাগৰ সম্পাদক ৰহান কুমাৰ পায়েঙ য়ে নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদত যোগদান কৰে। এই সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতি ৰ উপ সভাপতি মাননীয় পুতুল সোণোৱাল দেৱ আৰু উপস্থিত থাকে অসম ছাত্ৰ পৰিষদ ৰ কেন্দ্ৰীয় উপ সভাপতি কৌশিক গগৈ ডাঙৰীয়া আৰু অসম ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক বিবেক দাস।

Address

Duliajan
786602

Website

Alerts

Be the first to know and let us send you an email when Duliajan Unofficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category