অসম মাতৃভূমি দল Asom Matribhumi Dal

  • Home
  • India
  • Gauhati
  • অসম মাতৃভূমি দল Asom Matribhumi Dal

অসম মাতৃভূমি দল Asom Matribhumi Dal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসম মাতৃভূমি দল Asom Matribhumi Dal, Political Party, Gauhati.

অসম মাতৃভূমি দল এটা আঞ্চলিক ৰাজনৈতিক দল৷ সৰ্বদিশৰ সুৰক্ষিত, স্বাভিমানী আৰু এখন স্বনিৰ্ভৰ অসম আমাৰ লক্ষ্য৷ মাতৃভূমি আৰু মাতৃভাষাৰ হকে আমাৰ আপোচহীন যাত্ৰা অবিৰত আৰু অবিচল ৷ প্ৰতিষ্ঠাঃ ১৯ জানুৱাৰী, ২০২৬, স্থানঃ শ্ৰীমন্ত শংকৰদেব নামঘৰ প্ৰেক্ষাগৃহ, দিছপুৰ৷

জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্যৰ আজি পূণ্য তিথি৷প্ৰয়াত মহান সাহিত্যিক গৰাকীলৈ অসম মাতৃভূমি দলৰ...
06/08/2026

জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্যৰ আজি পূণ্য তিথি৷

প্ৰয়াত মহান সাহিত্যিক গৰাকীলৈ অসম মাতৃভূমি দলৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷

২০২৬ ৰ কমনৱেল্‌থ গেম্‌ছত ৰূপৰ পদক অৰ্জন কৰি অসম আৰু অসমীয়া জাতি তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইলৈ অভিনন্দ...
02/08/2026

২০২৬ ৰ কমনৱেল্‌থ গেম্‌ছত ৰূপৰ পদক অৰ্জন কৰি অসম আৰু অসমীয়া জাতি তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইলৈ অভিনন্দন!

অসমত বান বিভীষিকাৰ মাজতে অসম জীয়ৰী লাভলিনাই অসমবাসীৰ বাবে কঢ়িয়াই আনিছে এক ভাল খৱৰ৷ কমন্‌ৱেলথ গেমছত বক্সিঙৰ ফাইনেলত প্ৰৱে...
01/08/2026

অসমত বান বিভীষিকাৰ মাজতে অসম জীয়ৰী লাভলিনাই অসমবাসীৰ বাবে কঢ়িয়াই আনিছে এক ভাল খৱৰ৷

কমন্‌ৱেলথ গেমছত বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যা লাভনীলা বৰগোহাঁই ৷

মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ’ব লাভনীলা৷

অসম মাতৃভূমি দল Asom Matribhumi Dal ৰ মজিয়াৰ পৰা লাভলিনালৈ জনাইছোঁ আমাৰ উষ্ম অভিনন্দন আৰু শুভেচ্ছা৷

Lovlina Borgohain

অসম মাতৃভূমি দলৰ সংবাদদৈনিক অসম৩০ জুলাই, ২০২৬ সংখ্যা৷    Himanta Biswa Sarma
30/07/2026

অসম মাতৃভূমি দলৰ সংবাদ
দৈনিক অসম
৩০ জুলাই, ২০২৬ সংখ্যা৷


Himanta Biswa Sarma

কেন্দ্ৰীয় চৰকাৰে বান সাহায্য ঘোষণা নকৰিঅসমক ডাঙৰ অন্যায় কৰিছে৷অসম মাতৃভূমি দল
29/07/2026

কেন্দ্ৰীয় চৰকাৰে বান সাহায্য ঘোষণা নকৰি

অসমক ডাঙৰ অন্যায় কৰিছে৷

অসম মাতৃভূমি দল

29/07/2026

অসম মাতৃভূমি দলৰ ৰাজ্যিক সভাপতি

ৰাজীব শইকীয়াৰ চৰকাৰলৈ আহ্বানঃ

জৰুৰী প্ৰয়োজনীয়তাৰ বাবে অসম চৰকাৰে বানাক্ৰান্তলৈ আগবঢ়োৱা ১৫ হাজাৰ টকা একেবাৰে কম হৈছে ৷

১৫ হাজাৰ টকাটো ১ লাখলৈ বৃদ্ধি কৰক!
াজীবশইকীয়া

আজি দেশ ভক্তি দিৱস৷স্বাধীনতা সংগ্ৰামী, অসম সাহিত্য সভাৰ ১০ম গৰাকী সভাপতি প্ৰয়াত তৰুন ৰাম ফুকনদেৱে ১৯৩৯ চনৰ আজিৰ দিনটোতেই...
28/07/2026

আজি দেশ ভক্তি দিৱস৷

স্বাধীনতা সংগ্ৰামী, অসম সাহিত্য সভাৰ ১০ম গৰাকী সভাপতি প্ৰয়াত তৰুন ৰাম ফুকনদেৱে ১৯৩৯ চনৰ আজিৰ দিনটোতেই ইহলীলা সম্বৰন কৰিছিল৷

তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷

আজি 📌কাৰ্গিল বিজয় দিৱস১৯৯৯ চনত কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে যুঁজ কৰি প্ৰাণ আহুতি দিয়া মহান📌শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই...
26/07/2026

আজি
📌কাৰ্গিল বিজয় দিৱস

১৯৯৯ চনত কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে যুঁজ কৰি প্ৰাণ আহুতি দিয়া মহান

📌শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

26/07/2026

ভোট বিছাৰি ফেব্ৰুৱাৰী - এপ্ৰিলত অসমলৈ আহিল
📌প্ৰধানমন্ত্ৰী মোদীঃ ৩ বাৰ

গৃহমন্ত্ৰী শ্বাহঃ ৪ বাৰ

📌বানপানীত ধন - জন,সম্পদৰ হানি হোৱা সময়তঃ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী কোনো নাহিল অসমলৈ৷

ধিক্কাৰ বিজেপি দল - চৰকাৰ!

24/07/2026

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when অসম মাতৃভূমি দল Asom Matribhumi Dal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share