National Child Labour Project, Kamrup Metropolitan District

  • Home
  • India
  • Gauhati
  • National Child Labour Project, Kamrup Metropolitan District

National Child Labour Project, Kamrup Metropolitan District The National Child Labour Project (NCLP) Scheme is a scheme by the Ministry of Labour and Employment

05/07/2023
স্বেচ্ছাসেৱী সংগঠন 'আন্তৰিক আধাৰ' ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্প, কামৰূপ মহানগৰ জিলা সমিতিৰ অন্তৰ্গত বিশেষ...
05/07/2023

স্বেচ্ছাসেৱী সংগঠন 'আন্তৰিক আধাৰ' ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্প, কামৰূপ মহানগৰ জিলা সমিতিৰ অন্তৰ্গত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈ থকা গ্ৰীষ্মকালীন কৰ্মশালাৰ কিছু অংশ।

আজিৰে পৰা ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ কামৰূপ মহানগৰ জিলাৰ অধীনৰ আমাৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ শিশু সকলৰ বছৰেকীয়া পৰী...
22/02/2023

আজিৰে পৰা ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ কামৰূপ মহানগৰ জিলাৰ অধীনৰ আমাৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ শিশু সকলৰ বছৰেকীয়া পৰীক্ষা আৰম্ভ হৈছে।শিশু সকল জ্ঞানৰ পোহৰেৰে আলোকিত হওঁক। শিশু সকলৰ পোহৰমূখী যাত্ৰালৈ শুভকামনা 💐💐

আজি "সন্মিলিত প্ৰয়াস অসম"- এ ২০২২ বৰ্ষৰ বাবে চুমিলা ৰাংহাংপী সোঁৱৰণী  "চুমিলা শিশু প্ৰেমিক" সন্মান প্ৰদান কৰে ৰাষ্ট্ৰীয়...
26/01/2023

আজি "সন্মিলিত প্ৰয়াস অসম"- এ ২০২২ বৰ্ষৰ বাবে চুমিলা ৰাংহাংপী সোঁৱৰণী "চুমিলা শিশু প্ৰেমিক" সন্মান প্ৰদান কৰে ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ কামৰূপ মহানগৰ জিলাৰ অধীনৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত Educational Instructor(এন জি অ গনবন্ধুৰ তত্বাৱধানত) হিচাপে কৰ্মৰত
নাচিমা খাতুনক । এই সন্মানত আছে এখন অভিনন্দন পত্ৰ, এখন বস্ত্ৰ, এটা কিতাপৰ টোপোলা আৰু কিছু আৰ্থিক সাহস।
নাচিমা খাতুনে ২০০৮ চনৰ পৰা শিশু শ্ৰমিকসকলক শিক্ষাদান কৰি তেওঁলোকক এক সুস্থ জীৱন দিবলৈ আন্তৰিকভাৱে প্ৰয়াস কৰি আহিছে।
উক্ত অনুষ্ঠানতে ড' বিজয় কৃষ্ণ চেতিয়া, গগণ বকলীয়াল,হৰি চেতিয়া ৰ সহযোগত ৩০জন শিশুলৈ ব্লেংকেট উপহাৰ দিয়া হয়। "সন্মিলিত প্ৰয়াস অসম" তথা ড' বিজয় কৃষ্ণ চেতিয়া, গগণ বকলীয়াল,হৰি চেতিয়া দেৱলৈ ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ কামৰূপ মহানগৰ জিলাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।

কাৰিকৰী প্ৰশিক্ষণত একাগ্ৰতাৰে ব্যস্ত শিশুসকল...হেঁপাহ কিবা এটা শিকাৰ.. 🌱🌱🌱
23/12/2022

কাৰিকৰী প্ৰশিক্ষণত একাগ্ৰতাৰে ব্যস্ত শিশুসকল...হেঁপাহ কিবা এটা শিকাৰ.. 🌱🌱🌱

ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ প্ৰকল্প সঞ্চালিকা মৌচুমী মহন্তই বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিদৰ্শনকালত কেন্দ্ৰ সমূহৰ শিশু...
22/12/2022

ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ প্ৰকল্প সঞ্চালিকা মৌচুমী মহন্তই বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিদৰ্শনকালত কেন্দ্ৰ সমূহৰ শিশু সকলৰ সৈতে সময় অতিবাহিত কৰি তেওঁলোকৰ শিক্ষাৰ অগ্ৰগতিৰ মূল্যায়ন কৰে।

  upload.. Children of NCLP were participated in the Kids Art Competition on the occasion of celebration of “Azadi Ka Am...
20/12/2022

upload..

Children of NCLP were participated in the Kids Art Competition on the occasion of celebration of “Azadi Ka Amrit Mahotsav” among the children of Kamrup Metropolitan District, which was held on dated 7th August, 2022 at Deputy Commissioner’s Office of the District, sponsored by HDFC Bank. The Maximum prizes were winning by the children of NCLP that day.

জীৱনত প্ৰথমবাৰৰ বাবে নতুন কাপোৰ (গৰম  কাপোৰ)-ৰ গোন্ধ পাইছে... নিজাকৈ সাৱটি ল'ব পাৰিছে শিশুসকলে... শিশুসকলক এই বিশেষ সুখৰ...
17/12/2022

জীৱনত প্ৰথমবাৰৰ বাবে নতুন কাপোৰ (গৰম কাপোৰ)-ৰ গোন্ধ পাইছে... নিজাকৈ সাৱটি ল'ব পাৰিছে শিশুসকলে... শিশুসকলক এই বিশেষ সুখৰ অনুভৱ কৰোৱাৰ বাবে Devisri Hazarika & team of Devisri (Reiki Team)-ক আমাৰ কৃতজ্ঞতা 🙏🙏

ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ কাৰিকৰী প্ৰশিক্ষক কেইগৰাকীয়ে আজি প্ৰশিক্ষণ দি থকা কেইখনমান আলোকচিত্ৰ।
15/12/2022

ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ কাৰিকৰী প্ৰশিক্ষক কেইগৰাকীয়ে আজি প্ৰশিক্ষণ দি থকা কেইখনমান আলোকচিত্ৰ।

(অতীত সামৰি) ২০১৯ চনৰ ২৬ অক্টোবৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ সৌজন্যত আয়োজন...
15/12/2022

(অতীত সামৰি)
২০১৯ চনৰ ২৬ অক্টোবৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ সৌজন্যত আয়োজন কৰা সজাগতামূলক অনুষ্ঠানৰ কেইখনমান উল্লেখযোগ্য আলোকচিত্ৰ...

(অতীত সামৰি) ২০১৭ চনৰ ২৭ মাৰ্চত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ সৌজন্যত ৰাষ্ট্ৰী...
13/12/2022

(অতীত সামৰি)
২০১৭ চনৰ ২৭ মাৰ্চত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ সৌজন্যত ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ অধীনস্থ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে আয়োজন কৰা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ কেইখনমান উল্লেখযোগ্য ফটোগ্ৰাফ্

শৈশৱ বিলাক এনেকুৱাই.... ৰঙা, নীলা, হালধীয়া... অলেখ অযুত ৰঙেৰে ভৰা..!!
12/12/2022

শৈশৱ বিলাক এনেকুৱাই.... ৰঙা, নীলা, হালধীয়া... অলেখ অযুত ৰঙেৰে ভৰা..!!

Address

Deputy Commissioner's Office, Lichu Bagan, Hengrabari
Gauhati
781036

Alerts

Be the first to know and let us send you an email when National Child Labour Project, Kamrup Metropolitan District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to National Child Labour Project, Kamrup Metropolitan District:

Share