Gautam Das DTO

  • Home
  • Gautam Das DTO

Gautam Das DTO ex-OSD, Commissioner of Transport, Assam
i/c District Transport Officer (R&L), Kamrup Metro,
Betkuchi, Guwahati-40
(1)

24/03/2026
22/03/2026
পৰিবহণ বিভাগৰ প্ৰতিটো সেৱা ৰাইজৰ দুৱাৰদলিলৈ লৈ যোৱাই আমাৰ উদ্দেশ্য। বোন্দাত "ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত"। #ৰাইজৰসেৱাৰাইজৰপ...
25/02/2026

পৰিবহণ বিভাগৰ প্ৰতিটো সেৱা ৰাইজৰ দুৱাৰদলিলৈ লৈ যোৱাই আমাৰ উদ্দেশ্য। বোন্দাত "ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত"।
#ৰাইজৰসেৱাৰাইজৰপদূলিত
ুৰক্ষা_জীৱন_ৰক্ষা

Himanta Biswa Sarma
Transport Department, Assam
MyGov Assam
Kamrup Metropolitan District Administration

21/02/2026

ুৰক্ষা_জীৱন_ৰক্ষা

#ৰাইজৰসেৱাৰাইজৰপদূলিত



Himanta Biswa Sarma
Transport Department, Assam
MyGov Assam
Kamrup Metropolitan District Administration

20/02/2026

#ৰাইজৰসেৱাৰাইজৰপদূলিত
ুৰক্ষা_জীৱন_ৰক্ষা





Himanta Biswa Sarma
MyGov Assam
Transport Department, Assam
Kamrup Metropolitan District Administration

19/02/2026

হঁহৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত, কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আমি ৰূপায়ণ কৰা "ৰাইজৰ সেৱা ৰাইজৰ পদূলিত" কাৰ্যসূচীৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ। অসম চৰকাৰৰ পৰিবহন বিভাগৰ সকলো সেৱা ৰাইজৰ অধিক সহজলভ্য কৰি তোলাই আমাৰ প্ৰধান লক্ষ্য। ৰাইজৰ মুখৰ এমোকোৰা হাঁহিয়েই আমাৰ প্ৰাপ্তি।

#ৰাইজৰসেৱাৰাইজৰপদূলিত
ুৰক্ষা_জীৱন_ৰক্ষা




Himanta Biswa Sarma
Transport Department, Assam
Kamrup Metropolitan District Administration
MyGov Assam
Gautam Das

অসমৰ অন্যতম ভূমিপুত্ৰ কাৰ্বি সকলৰ পবিত্ৰ উৎসৱ হৈছে কাৰ্বি দেহাল কাচিৰ্দম। কাৰ্বি বাংঠে আছেম কেন্দ্ৰীয় সমিতি আৰু ফংআৰি আঞ...
19/02/2026

অসমৰ অন্যতম ভূমিপুত্ৰ কাৰ্বি সকলৰ পবিত্ৰ উৎসৱ হৈছে কাৰ্বি দেহাল কাচিৰ্দম। কাৰ্বি বাংঠে আছেম কেন্দ্ৰীয় সমিতি আৰু ফংআৰি আঞ্চলিক কাৰ্বি বাংঠে আছেমৰ উদ্যোগত তিনিদনীয়াকৈ কামৰূপ মহানগৰ জিলাৰ নিজ হঁহৰা দেহাল থানত বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা
৩৪তম্ কেন্দ্ৰীয় কাৰ্বি দেহাল কাচিৰ্দম উত্সৱৰ উদযাপনৰ মাজতে পথ সুৰক্ষা আৰু সজাগতা সন্দৰ্ভত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বৃহৎ কাৰ্যসূচীৰ অংশ হ'বলৈ পাই আমিও গৌৰৱান্বিত।
ুৰক্ষা_জীৱন_ৰক্ষা

Himanta Biswa Sarma
Transport Department, Assam
Kamrup Metropolitan District Administration
MyGov Assam

পৰিবহণ বিভাগৰ প্ৰতিটো সেৱা ৰাইজৰ সহজলভ্য কৰি তুলিবলৈ প্ৰতিটো মুহূৰ্তত চেষ্টা অব্যাহত ৰাখিছে অসম চৰকাৰৰ পৰিবহণ বিভাগে। ৰা...
13/02/2026

পৰিবহণ বিভাগৰ প্ৰতিটো সেৱা ৰাইজৰ সহজলভ্য কৰি তুলিবলৈ প্ৰতিটো মুহূৰ্তত চেষ্টা অব্যাহত ৰাখিছে অসম চৰকাৰৰ পৰিবহণ বিভাগে। ৰাইজৰ সেৱাৰ নিৰন্তৰ প্ৰয়াসৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু হহঁৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত আজি ৰূপায়ণ কৰা হয় “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত" কাৰ্যসূচী। এই শিবিৰৰ জৰিয়তে থিতাতে চালকৰ শিকাৰু অনুজ্ঞাপত্ৰ আবেদন, যান বাহনৰ নথি-পত্ৰ উন্নীতকৰণকে আদি কৰি বিভিন্ন সেৱা ৰাইজলৈ আগবঢ়োৱা হয়।

Transport Department, Assam
Himanta Biswa Sarma
Kamrup Metropolitan District Administration
MyGov Assam
ুৰক্ষা_জীৱন_ৰক্ষা


Address


781035

Opening Hours

Monday 10:00 - 19:00
Tuesday 10:00 - 19:00
Wednesday 10:00 - 19:00
Thursday 10:00 - 19:00
Friday 10:00 - 18:00
Saturday 10:00 - 19:00

Website

Alerts

Be the first to know and let us send you an email when Gautam Das DTO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Gautam Das DTO:

Shortcuts

  • Want your organization to be the top-listed Government Service?

Share