Food, Public Distribution and Consumer Affairs Department

Food, Public Distribution and Consumer Affairs Department Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Food, Public Distribution and Consumer Affairs Department, Government Organization, Directorate of Food, Civil Supplies & Consumer Affairs Sethi Trust Building, Opp Big Bazar, Bhangagarh, Guwahati.

The Department deals with the establishment matters of Inspector, Superintendent, Assistant Director, Deputy Director, Joint Director of FCS & CA regarding their appointment, transfer and posting, Promotion, granting of leave etc.,

ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ হ'লে আপুনি নিম্নোক্ত তথ্যখিনি এবাৰলৈ হ'লেও পৰীক্ষা কৰিব।
26/08/2026

ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ হ'লে আপুনি নিম্নোক্ত তথ্যখিনি এবাৰলৈ হ'লেও পৰীক্ষা কৰিব।

আপুনি ত্ৰুটিপূৰ্ণ সামগ্ৰী লাভ কৰিলে তাৰ ক্ষতিপূৰণ পোৱাটো গ্ৰাহক হিচাবে আপোনাৰ অধিকাৰ।
21/08/2026

আপুনি ত্ৰুটিপূৰ্ণ সামগ্ৰী লাভ কৰিলে তাৰ ক্ষতিপূৰণ পোৱাটো গ্ৰাহক হিচাবে আপোনাৰ অধিকাৰ।

গৌৰোৱোজ্জ্বল ৮০ সংখ্যক "স্বাধীনতা দিৱস" ৰ বিশেষ ক্ষণত বিভাগৰ তৰফৰ পৰা প্ৰতিগৰাকী স্বতন্ত্ৰ সেনানীক হৃদয়ৰ নিভৃত কোণৰ পৰা ...
15/08/2026

গৌৰোৱোজ্জ্বল ৮০ সংখ্যক "স্বাধীনতা দিৱস" ৰ বিশেষ ক্ষণত বিভাগৰ তৰফৰ পৰা প্ৰতিগৰাকী স্বতন্ত্ৰ সেনানীক হৃদয়ৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ লগতে প্ৰতিগৰাকী ভাৰতীয়ক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

বিনামূলীয়া অফাৰ দেখিলে ঢাপলি নেমেলিব। বিক্ৰেতাই আপোনাক বিনামূলীয়া অফাৰ দেখুৱাই বিপথে পৰিচালিত কৰিব পাৰে…স্মাৰ্ট গ্ৰাহক হ...
13/08/2026

বিনামূলীয়া অফাৰ দেখিলে ঢাপলি নেমেলিব। বিক্ৰেতাই আপোনাক বিনামূলীয়া অফাৰ দেখুৱাই বিপথে পৰিচালিত কৰিব পাৰে…

স্মাৰ্ট গ্ৰাহক হওক…

কোনো এবিধ সামগ্ৰী ক্ৰয়ৰ সময়ত সামগ্ৰীবিধৰ সবিশেষ জনাটো এগৰাকী গ্ৰাহকৰ অধিকাৰ।
11/08/2026

কোনো এবিধ সামগ্ৰী ক্ৰয়ৰ সময়ত সামগ্ৰীবিধৰ সবিশেষ জনাটো এগৰাকী গ্ৰাহকৰ অধিকাৰ।

MRP পৰীক্ষা কৰি সদায় সামগ্ৰী ক্ৰয় কৰক। এগৰাকী সজাগ আৰু সচেতন গ্ৰাহকৰ এয়া এক অন্যতম চিনাকী…
07/08/2026

MRP পৰীক্ষা কৰি সদায় সামগ্ৰী ক্ৰয় কৰক। এগৰাকী সজাগ আৰু সচেতন গ্ৰাহকৰ এয়া এক অন্যতম চিনাকী…

চাইবাৰ অপৰাধীৰ জালত নপৰিব। কথাবোৰৰ সত্যাসত্যতা বিচাৰ কৰক আৰু এগৰাকী সজাগ নাগৰিক হিচাপে নিজক প্ৰমাণ কৰক।
03/08/2026

চাইবাৰ অপৰাধীৰ জালত নপৰিব। কথাবোৰৰ সত্যাসত্যতা বিচাৰ কৰক আৰু এগৰাকী সজাগ নাগৰিক হিচাপে নিজক প্ৰমাণ কৰক।

ই-কৰ্মাচৰ অপৰাধসমূহ ৰুধিবলৈ গ্ৰাহক হিচাবে আপুনি হ'ব লাগিব সজাগ আৰু সচেতন।
29/07/2026

ই-কৰ্মাচৰ অপৰাধসমূহ ৰুধিবলৈ গ্ৰাহক হিচাবে আপুনি হ'ব লাগিব সজাগ আৰু সচেতন।

ই-কমাৰ্চত আপুনি দেখা মতে যদি সামগ্ৰীবিধ নাপায় তেতিয়া সেয়া ওভতাই দিব পাৰিব আপুনি। গ্ৰাহক হিচাবে এয়া আপোনাৰ অধিকাৰ…
27/07/2026

ই-কমাৰ্চত আপুনি দেখা মতে যদি সামগ্ৰীবিধ নাপায় তেতিয়া সেয়া ওভতাই দিব পাৰিব আপুনি। গ্ৰাহক হিচাবে এয়া আপোনাৰ অধিকাৰ…

21/07/2026

সামগ্ৰী এবিধ ক'ত উৎপাদন কৰা হৈছে সেয়া এগৰাকী ক্ৰেতাই জনাটো অত্যন্ত প্ৰয়োজন।

গতিকে, সামগ্ৰী এবিধ ক্ৰয় কৰাৰ পূৰ্বে তাৰ উৎপাদনস্থলী সম্পৰ্কে সবিশেষ তথ্য জানি লওক। এয়া আপোনাৰ অধিকাৰ…

Address

Directorate Of Food, Civil Supplies & Consumer Affairs Sethi Trust Building, Opp Big Bazar, Bhangagarh
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Food, Public Distribution and Consumer Affairs Department posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Food, Public Distribution and Consumer Affairs Department:

Shortcuts

Share