21/01/2026
সশ্ৰদ্ধ অভিবাদন গ্ৰহণ কৰিব৷এবুকু আশা,আস্থা আৰু বিশ্বাসৰ প্ৰতিশ্ৰুতিৰে ২০০৮ চনত প্ৰতিস্থা লাভ কৰা অসম বিদ্যামন্দিৰ অহাকালি ২২/০১/২০২৬ ইং তাৰিখে উনৈশতম বৰ্ষত পদাৰ্পণ কৰিব ।উনৈশতম প্ৰতিষ্ঠা দিবসৰ লগত সংগতি ৰাখি এইবছৰ অনুষ্টুপীয়াকৈ বিদ্যালয় প্ৰাংগনত অনুস্থানৰ আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আটাইকে এই অনুস্থানত সহযোগিতা আগবঢ়াই অংশগ্ৰহণৰ বাবে বিনম্ৰতাৰে আমন্ত্ৰণ জনোৱা হ’ল৷
এইছেগতে অসম বিদ্যামন্দিৰৰ এই দীঘলীয়া যাত্ৰাৰ সংগী হোৱা হোৱা সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰছাত্ৰী,অভিভাৱক আৰু শুভাকাংক্ষীক আন্তৰিক ধন্যবাদ জনোৱা হল৷।।
ধন্যবাদেৰে.....
ড° ৰমেণ চন্দ্ৰ তালুকদাৰ, অধ্যক্ষ
অসম বিদ্যামন্দিৰ
৯৮৫৯১১৮৩৫৭