Nilamani Saikia

Nilamani Saikia Official Page of Nilamani Saikia

দুই বন্ধুৰ প্ৰতিযোগিতা:“তুমি তো গঁড়কেইটাহে ধ্বংস কৰিছিলা; মই গঁড়ৰ বাসস্থানখনেই ধ্বংস কৰি পেলাম!”
21/08/2026

দুই বন্ধুৰ প্ৰতিযোগিতা:

“তুমি তো গঁড়কেইটাহে ধ্বংস কৰিছিলা; মই গঁড়ৰ বাসস্থানখনেই ধ্বংস কৰি পেলাম!”

13/08/2026

“কাজিৰঙা Luxuryৰ বাবে নহয়—কাজিৰঙা প্ৰকৃতি আৰু জীৱ-জন্তুৰ বাবে। 🦏🌿 আজি আমি মাত নামাতিলে, কাইলৈ হয়তো বহু দেৰি হৈ যাব। কাজিৰঙাক ৰক্ষা কৰাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব। 🙏”

#কাজিৰঙা #কাজিৰঙাবচাওক #অসম #অসমীয়া

12/08/2026

🚨 UPI-ত নতুন Charge? Digital India-ৰ নামত সাধাৰণ মানুহৰ ওপৰত আকৌ বোজা নেকি? UPI merchant payment আৰু MDR-ক লৈ নতুন আলোচনা আৰম্ভ হৈছে। কিন্তু ₹2,000ৰ ওপৰত প্ৰতিটো UPI payment-ত charge লাগিব বুলি এতিয়াই কোৱাটো সঠিক নহয়। আপোনাৰ মতে UPI সদায় FREE থাকিব লাগেনে? 🇮🇳👇

07/08/2026

🚨 নিচামুক্ত অসম নে নিচাযুক্ত অসম?

চৰকাৰৰ এই দুমুখীয়া নীতি দেখিলে আপুনিও আচৰিত হ'ব! এফালে "নিচামুক্ত অসম"ৰ শ্লোগান, আনফালে মদৰ দোকানীৰ বাবে ৰাজহ সংগ্ৰহৰ কঠোৰ টাৰ্গেট (Targets)! আৰু এতিয়া মদাহী গ্ৰাহকক ঘৰত ড্ৰপ কৰাৰ নতুন নিয়ম! 🤯
যিমান পাৰে সিমান খাওক, মাথোঁ চৰকাৰৰ ৰাজহ (Revenue) আৰু মদৰ চেল (Sale) কমিব নালাগে! কিন্তু আমাৰ যুৱপ্ৰজন্মৰ ভৱিষ্যত কলৈ গৈ আছে? 💔

06/08/2026

অসমৰ ৰাইজলৈ এৰিলো 🙏

05/08/2026

Humein apology nahi, innovation chahiye Ultimatum nahi, apna ecosystem ch ahiye Consumer nahi—Creator Bharat chahiye!

03/08/2026

প্ৰশ্নটো হৈছে— আমি সময়ত মাত মাতিছিলোঁ নে? যদি আমি নিজৰ অধিকাৰ, পৰিৱেশ আৰু সমাজৰ স্বাৰ্থত সময়মতে একেলগে মাত মাতিলোঁহেঁতেন, হয়তো বহু সমস্যাই ইমান ডাঙৰ ৰূপ নল’লেহেঁতেন। অসম সলনি কৰিব লাগিলে, আগতে আমাক সলনি হ’ব লাগিব। মাত মাতা… কাৰণ সময়ত উঠা এটা কণ্ঠই, হাজাৰটা বিপদ ৰখাব পাৰে। জয় আই অসম।

Address

Sipajhar
Gauhati
784148

Alerts

Be the first to know and let us send you an email when Nilamani Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share