Pramod Talukdar Memorial Old Age Home

Pramod Talukdar Memorial Old Age Home A unit of Monalisha Society, Guwahati, Mobile No -9864048360
(251)

16/05/2026

তামুলপুৰৰ নিৰ্বানা বৃদ্ধাৱাসত এনেদৰে আইতাসকলে ফুৰ্তি কৰাৰ দৃশ‍্য❤️






Nirbaanaah Old Age Home -9864048360

Student of Pratiksha College of Nursing visits Matri Niwas -A unit of Monalisha Society today.    ゚
16/05/2026

Student of Pratiksha College of Nursing visits Matri Niwas -A unit of Monalisha Society today.






Thank you so much Sir and Mam for yesterday’s Lunch at MatriNiwas Oldagehome Monalishasociety  ,  at Lakshmi Mandir Path...
16/05/2026

Thank you so much Sir and Mam for yesterday’s Lunch at MatriNiwas Oldagehome Monalishasociety , at Lakshmi Mandir Path, Carbon Gate, Noonmati, Guwahati-781020, Mobile No- 098640 48360🙏🙏

-followers

অসমৰ মাননীয় মুখ‍্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা দেৱলৈ দ্বিতীয় বাৰৰ বাবে মুখ‍্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাত অতিশয় আনন্দ...
12/05/2026

অসমৰ মাননীয় মুখ‍্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা দেৱলৈ দ্বিতীয় বাৰৰ বাবে মুখ‍্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাত অতিশয় আনন্দিত হৈছো আৰু আমাৰ বৃদ্ধাৱাসৰ ককা আইতাসকলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।
জ‍্যেষ্ঠ সকললৈ মাননীয় মুখ‍্যমন্ত্ৰী মহোদয়ৰ আছে অপৰিসীম মৰম আৰু শ্ৰদ্ধা। তেখেতৰ বাবেই সমূহ বৃদ্ধাৱাসৰ ককা - আইতাসকলে বৃদ্ধাৱাসতো ভোট দিয়াৰ অধিকাৰ লাভ কৰিলে। তেখেতৰ বাবেই বৃদ্ধাৱাসৰ ককা - আইতাসকলেও অৰুণোদয় লাভ কৰি বৃদ্ধাকালতো মনৰ ইচ্ছা পূৰ কৰিব পাৰিছে।
অসমৰ জনপ্ৰিয় মুখ‍্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা দেৱলৈ পুনৰ হিয়াভৰা শুভকামনাৰে।





12/05/2026
Happy Birthday CORNELLIUS Tisso.
12/05/2026

Happy Birthday CORNELLIUS Tisso.

আন্তৰ্জাতিক মাতৃ দিৱস উপলক্ষ্যে গুৱাহাটী নুনমাটি মটঘৰীয়া স্থিত মনালিচা চছাইটিৰ মাতৃ নিৱাসত ডক্টৰ ভবেন্দ্ৰ নাথ হাজৰিকা ‌...
11/05/2026

আন্তৰ্জাতিক মাতৃ দিৱস উপলক্ষ্যে গুৱাহাটী নুনমাটি মটঘৰীয়া স্থিত মনালিচা চছাইটিৰ মাতৃ নিৱাসত ডক্টৰ ভবেন্দ্ৰ নাথ হাজৰিকা ‌-পুষ্পা হাজৰিকা স্মাৰক ন্যাসৰ উদ্যোগত আৰু মনালিচা চছাইটিৰ সৌজন্যত যোৱা ১০ মে' তাৰিখে আবেলি অনুষ্ঠিত সভাত উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা বিজ্ঞানৰ প্ৰথম গৰাকী স্নায়ুৰোগ বিশেষজ্ঞা ডাক্তৰ অজয়া মহন্তক প্ৰয়াত পুষ্পা হাজৰিকা স্মাৰক বঁটা প্ৰদান কৰা হয়। ভবেন্দ্ৰ নাথ হাজৰিকা - পুষ্পা হাজৰিকা ন্যাসৰ প্ৰতিষ্ঠাপক মুখ্য স্মাৰক ন্যাসী ডাক্তৰ আকাশী হাজৰিকাই আতধৰা সভা খনত মাতৃ নিৱাস বৃদ্ধাশ্ৰমৰ আইতা সকল আৰু অন্যান্য গুণী জ্ঞানী লোকৰ উপস্হিতিত ২০২৬ বৰ্ষৰ বাবে ডাক্তৰ অজয়া মহন্তই সমাজলৈ দি থৈ যোৱা অৱদানৰ বাবে তেখেতলৈ ডক্টৰ ভবেন্দ্ৰ নাথ হাজৰিকা- পুষ্পা হাজৰিকা ন্যাসৰ হৈ এই বঁটা প্ৰদান কৰে ডাক্তৰ আকাশী হাজৰিকা, ডক্টৰ পলাশ হাজৰিকা , চন্দ্ৰিমা তালুকদাৰ হাজৰিকা আৰু ডক্টৰ ভবেন্দ্ৰ নাথ হাজৰিকা আৰু পুষ্পা হাজৰিকাৰ নাতি নাতিনী (অভিলাষ - আকাংক্ষা) দ্বয়ে।সভাৰ আৰম্ভণিতে পুষ্পা হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ডাক্তৰ অজয়া মহন্তই। পুষ্পাঞ্জলি প্ৰদান কৰে ডক্টৰ পলাশ হাজৰিকা , ডাক্তৰ আকাশী হাজৰিকা চন্দ্ৰিমা হাজৰিকা আৰু সভাৰ মুখ্য অতিথি লীলাধৰ হাজৰিকাই।
ডাক্তৰ আকাশী হাজৰিকা আৰু বনশ্ৰী দেৱীয়ে আতধৰা সভাখনত মুখ্য অতিথি লীলাধৰ হাজৰিকা আৰু ডাক্তৰ অজয়া মহন্তৰ বিষয়ে চমু পৰিচয় দাঙি ধৰে ক্ৰমে বনশ্ৰী দেৱী আৰু ডাঃ আকাশী হাজৰিকা ই।মাতৃ দিৱসৰ প্ৰাসংগিকতা আৰু ইয়াৰ তাৎপৰ্যৰ বিষয়ে মুখ্য অতিথি লীলাধৰ হাজৰিকা আৰু পুষ্পা হাজৰিকা স্মাৰক বঁটা প্ৰাপক ডাক্তৰ অজয়া মহন্তই মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। পুষ্পা হাজৰিকা স্মাৰক বঁটা গ্ৰহণ কৰি ডাক্তৰ অজয়া মহন্তই চিকিৎসা বিজ্ঞান আৰু ডিমেনচিয়া ৰোগৰ ভালেমান দিশৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা আগবঢ়ায়।মাতৃ দিৱসত পৃথিবীৰ সকলো মাতৃলৈকে শ্ৰদ্ধা জনোৱাৰ উপৰিও ন্যাসৰ তৰফৰ পৰা বৃদ্ধাশ্ৰমৰ আইতা সকললৈ কেইপদমান স্বাস্থ্য ৰক্ষাৰ উপকাৰী সামগ্ৰী দান কৰা হয়।
সভাত ডাক্তৰ আকাশী হাজৰিকাই তেখেত সকলৰ প্ৰয়াত পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই গঠন কৰা ন্যাসৰ কাম কাজৰ কথাও উল্লেখ কৰে।মাতৃ দিৱসৰ দিনা এগৰাকী মহিমাময়ী সু চিকিৎসক মাতৃক এই বঁটা প্ৰদান কৰিবলৈ পাই ন্যাসৰ তৰফৰ পৰা আকাশী হাজৰিকাই গৌৰৱ অনুভৱ কৰে।সভাত ডক্টৰ সত্যজিত দাসে পুষ্পা হাজৰিকাৰ বিষয়ে, তেখেতৰ কৃতি আৰু কৃতিত্বৰ কথা সুন্দৰ ভাৱে বিশ্লেষণ কৰে।সভাত উপস্হিত থকা মনীষা শৰ্মাই পৰিৱেশন কৰা গীত শুনি সকলো আপ্লুত হয়।সভাৰ শেষত স্মাৰক ন্যাসৰ হৈ ডাক্তৰ আকাশী হাজৰিকাই সকলোকে শলাগ যাচে।এনে এটা দিনত সকলোৰে পৰা শুভেচ্ছা গ্ৰহণ কৰিবলৈ পাই বৃদ্ধ আশ্ৰমৰ আবাসী সকল আপ্লুত হৈ পৰে।

Thanks Piku Da❤️
11/05/2026

Thanks Piku Da❤️

গুৱাহাটী মহানগৰীৰ মনালিছা ছ’চাইটিৰ বৃদ্ধাৱাস মাতৃ নিৱাস Mother’s Home ত “ মাতৃ দিৱস” উদযাপন।MatriNiwas Oldagehome Monali...
10/05/2026

গুৱাহাটী মহানগৰীৰ মনালিছা ছ’চাইটিৰ বৃদ্ধাৱাস মাতৃ নিৱাস Mother’s Home ত “ মাতৃ দিৱস” উদযাপন।
MatriNiwas Oldagehome Monalishasociety 098640 48360 with Utpal Harshavardhan





সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসত মাতৃ দিৱস উদযাপনৰ কিছু মুহূৰ্ত।
10/05/2026

সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসত মাতৃ দিৱস উদযাপনৰ কিছু মুহূৰ্ত।






Address

Mobile No -9864048360
Gauhati
781028

Opening Hours

Monday 11am - 5pm
Tuesday 11am - 5pm
Wednesday 11am - 5pm
Thursday 11am - 5pm
Friday 11am - 5pm
Saturday 11am - 5pm
Sunday 11am - 5pm

Telephone

+919864048360

Alerts

Be the first to know and let us send you an email when Pramod Talukdar Memorial Old Age Home posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Pramod Talukdar Memorial Old Age Home:

Share