BJP Assam Pradesh

BJP Assam Pradesh Official page of BJP Assam Pradesh. BJP Assam State
(881)

01/09/2026

ভাৰতৰ ৭.৮% GDP বৃদ্ধি...

এয়া কেৱল এটা সংখ্যা নহয়; নতুন ভাৰতৰ দ্ৰুতগতিত আগবাঢ়ি থকা অৰ্থনীতি আৰু আত্মনিৰ্ভৰ ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি। এয়া ১৪০ কোটি দেশবাসীৰ বিশ্বাসৰ ফলাফল।

আনহাতে ভাৰতীয় অৰ্থনীতিক ‘Dead Economy’ বুলি অভিহিত কৰা লোকসকলৰ ভুৱা বাগধাৰালৈ সমুচিত প্ৰত্যুত্তৰ।

01/09/2026

সেই সময়, এই সময়... পাৰ্থক্যবোৰ স্পষ্ট।

সাংগঠনিক নিযুক্তি।
01/09/2026

সাংগঠনিক নিযুক্তি।

01/09/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদ্যস্নাতকক ‘মুখ্যমন্ত্রী জীৱন প্রেৰণা’ আঁচনিৰ সাহায্য, চি এম ফ্লাইটৰ কিস্তি আৰু বানবিধ্বস্ত জিলাসমূহৰ অৱশিষ্ট বানপীড়িত পৰিয়াললৈ অন্তৰ্ৱর্তীকালীন বান সাহায্যৰাশি আনুষ্ঠানিকভাৱে বিতৰণ কৰে।

01/09/2026

HCM Dr. Himanta Biswa Sarma joining the 33rd Foundation Day celebrations of IIT Guwahati.

01/09/2026

LIVE: Senior BJP Leader Shri Ravi Shankar Prasad addresses press conference at BJP headquarters, New Delhi.

01/09/2026

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৭.৮% GDP বৃদ্ধিৰ বাবে দেশবাসীক অভিনন্দন জনাই ইয়াৰ কৃতিত্ব ১৪০ কোটি ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰম, সংকল্প আৰু সামূহিক শক্তিক প্ৰদান কৰিছে।

বিশ্বব্যাপী যুদ্ধ, অৰ্থনৈতিক অনিশ্চয়তা আৰু যোগান শৃংখলাৰ সংকটৰ মাজতো ভাৰতৰ দ্ৰুত অগ্ৰগতি উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত, স্বদেশী, Vocal for Local আৰু Made in India গ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে সঠিক নীতি, স্বচ্ছ উদ্দেশ্য আৰু ১৪০ কোটি দেশবাসীৰ ঐক্যবদ্ধতাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সংকল্প বাস্তৱায়িত হ'ব।

01/09/2026

HCM Dr. Himanta Biswa Sarma addressing the media on dedicating key welfare initiatives, and extending support to flood affected families across Assam.

01/09/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব, সাংগঠনিক দক্ষতা আৰু গণমুখী কাৰ্যপ্ৰণালীয়ে অসমত দলৰ ভেটি অধিক শক্তিশালী কৰি তোলাৰ লগতে নতুন গতি লাভ কৰিছে। সাংসদ হিচাপেও সংসদত অধিক সক্ৰিয়তাৰে জনতাৰ হৈ বলিষ্ঠ কন্ঠৰে বিষয় উপস্থাপন কৰি অহা শ্ৰীযুত শইকীয়াদেৱ প্ৰতিজন কাৰ্যকৰ্তাৰ বাবে প্ৰেৰণাৰ প্ৰতিভূ।

আজি জন্মদিনৰ এই শুভক্ষণত শ্ৰীযুত দিলীপ শইকীয়াদেৱলৈ প্ৰতিজন কাৰ্যকৰ্তাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Address

Atal Bihari Vajpayee Bhawan, Basistha Chariali
Guwahati
781029

Alerts

Be the first to know and let us send you an email when BJP Assam Pradesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Assam Pradesh:

Shortcuts

Share