Ananta Kumar Borah

Ananta Kumar Borah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ananta Kumar Borah, Social service, Gohpur.

30/05/2026
01/05/2026

শংকৰী যুগত মহীয়সী সতী ৰাধিকাই অস্পৃশ্যতা আৰু জাতি বৈষম্য, সংকীৰ্ণতা নিবাৰণৰ ক্ষেত্ৰত এক সংস্কাৰমুখী আদৰ্শ দেখুৱাই থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আশিসপ্ৰাপ্ত শান্তি কন্যা ৰাধিকা আইৰ দৃঢ়তা, ধৰ্মনিষ্ঠা আৰু সহনশীলতাৰ মহান আদৰ্শই অসমীয়া জাতিক যুগে যুগে অনুপ্ৰাণিত কৰি আহিছে।

আজি "সতী ৰাধিকা দিৱস"ত মহীয়সীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। সমাজৰ কল্যাণ, শান্তিৰ বাবে তেখেতৰ ত্যাগ আৰু দায়বদ্ধতাৰ নিদৰ্শন আমাৰ সমাজ জীৱনত চিৰযুগমীয়া হৈ থাকিব।

Address

Gohpur

Website

Alerts

Be the first to know and let us send you an email when Ananta Kumar Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category