BJP Sarupathar Mandal

BJP Sarupathar Mandal Officel Page of Bhartiya Janata Party Sarupathar Mandal. Page authorised by the Mandal Social media Incharge.

02/09/2026
02/09/2026

মাতৃৰ সুনিশ্চিত স্বাস্থ্য সুৰক্ষাই সমাজখনকো সবল কৰি তোলে। আমি এই কথাক গভীৰতাৰে উপলব্ধি কৰোঁ। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত বর্তমানৰ আমাৰ চৰকাৰৰ প্ৰথম ১০০ দিনতে ৭৮,০০০+ গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টলৈ ২৩.২৬ কোটি টকা প্ৰত্যক্ষভাৱে প্ৰদান কৰি এই দিশত কামত কৰিছে। মাতৃৰ সুস্থতা নিশ্চিত কৰি এক সুস্থ আৰু সমৃদ্ধিশালী অসমৰ ভেটি নিৰ্মাণৰ এই প্ৰচেষ্টা অব্যাহত থাকিব অনাগত সময়তো…।

02/09/2026

সাংগঠনিক নিযুক্তি।

31/08/2026

ৰাজ্যৰ চিকিৎসা খণ্ডলৈ সুখবৰ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত
৬০০ কোটি টকা ব্যয়েৰে প্ৰ'টন বিম থেৰাপী কেন্দ্ৰ স্থাপনৰ বাবে অসম কেবিনেটে অনুমোদন জনাইছে।

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত এই অত্যাধুনিক কৰ্কট ৰোগ চিকিৎসা সেৱা ৰাজ্যখনত প্ৰৱৰ্তন কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অসমে এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰিব।

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when BJP Sarupathar Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share