Dhiren Bora

Dhiren Bora President
Dergaon South Block Congress Committee
Dergaon LAC
Golaghat, Assam

আজি অসমৰ জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈ দেৱৰ জন্ম বাৰ্ষিকী। ৰাজ্যৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, ছয়ব...
11/10/2025

আজি অসমৰ জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈ দেৱৰ জন্ম বাৰ্ষিকী। ৰাজ্যৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, ছয়বাৰৰ সংসদ সদস্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী‌ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতিৰ আসন অলংকৃত কৰা পদ্মভূষণ তৰুণ গগৈ দেৱৰ আজি এই পবিত্ৰ দিনত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ ব্যক্তিত্ব, ৰাজনৈতিক নৈপুণ্যতা, ধৈৰ্যশীলতাই আজিও অনুপ্ৰাণিত কৰে।।

30/09/2025
বৰেণ্য বিপ্লৱী শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ জন্ম বাৰ্ষিকীত সোঁৱৰণ।।
08/09/2025

বৰেণ্য বিপ্লৱী শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ জন্ম বাৰ্ষিকীত সোঁৱৰণ।।

06/09/2025
25/01/2025

Address

Golaghat
785625

Website

Alerts

Be the first to know and let us send you an email when Dhiren Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share